পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৭ কাল ৩৬৭। মুল (Derivation): ইয়াৰ মূল সংস্কৃত লট বিভক্তি। একবচন I(আমি। (অমি, পুৰুষ সংস্কৃত | পালি। | প্রাকৃত | অপভ্রংশ |পু, অসমীয়া | অসমীয়া ১। | মি (= আমি)} মি। | (অও, ওঁ | ও (উ) উ, হে ২। | সি (=অসি) । সি । অসি | (অস, ই। আ, আহা আহ। তি (=অতি) (এই) ১ (অই, ঐ | বহুবচন। ( অওঁ, ওঁ, উ (আ . অংহি ১। ¥ মস্ (= আম)। আমাে, আমু ওঁ, (উ) আম, অমাে {ওঁহাে । অমূ, অম, ইমাে, ইমু, ইম ২। । থম্ (= অথ) | স| অহ, অহং I অহ, অহ অহ, অহু |(অ, আ (আহ, || অন্তি (=অস্তি) অন্তি অংতি (অহি, অই (এ, ই ঐ, এ |(এই)। সংস্কৃত লম্ বিভক্তিয়ে অসমীয়া বর্তমান কাল ( $৩৫৪ f. n.)। উপৰত দিয়া মতে লটু বিভক্তিৰ পৰা অসমীয়া বিভক্তি কেনেকৈ নামি আহিছে তাক ধৰা টান নহব। ইয়াত কেৱল পাহৰিব নালাগে যে প্রাকৃতত পৰস্মৈপদ আৰু আত্মনেপদৰ পাৰ্থক্য লােপ হৈছিল। যেনে, স. সহতে (he bears), প্রা. সহ, সহই; স. ভাসতে (shines), প্রা. ভাসই, ভাস। আমি ইয়াত পৰস্মৈপদৰ ৰূপকে ধৰিম। (১) সংস্কৃত ‘মি’ বিভক্তি : ই লটু ‘মি’ অর্থাৎ লটু প্রথম পুৰুষ এক বচনৰ বিভক্তি। উপৰত আমি পাই আহিছে ($৩৪৬াগ) যে সংস্কৃতৰ ১। “ততিপাে বিদেতো।”, ব. ৭৮ ৮