২১৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব শুনি হৰি উপৰক চান্ত। ব্ৰহ্মাক আগতে ভেট পান্ত॥—শঙ্কৰ বেঢ়াৰ উপৰে কতত গভু বঢ়াৱে।মা. ক, মােৰ কৰ চৰণাদি অঙ্গসৱ ভাগি যাই, মুখখা শুখাই, শৰীৰৰ কাম্পে, | ৰােমাে সিহয়।—ভট্ট দে. তাক চৌৰ বুলি। ভট্ট দে, বিষয়সৱ সুখ-দুখ স্বভাৱে পুৰুষক শীত-উষ্ণ সুখ-দুখ দেখি।--ভট্ট দে, পশুসৱ উফৰয় নাগেও ফোফাই।—মা. ক. পূর্বদিক ধৱল কোকিল কাক ৰড়ৈ। দিন গােট বঞ্চো কৈত কোন কাৰ্য্য পৰৈ।—মা. ক.. আকাশৰ পথে যান্তি। দশ দিশে নিহালস্তি। মা, ক. ইয়াৰ পৰা দেখা যায় যে পুৰণি অসমীয়াত ৩য় পুৰুষৰ বিভক্তি এ, ঐ, ই, অন্ত, অন্তি, ৱে, য়ি ( অয়) বর্তমান অসমীয়াত ৩য় পুৰুষ ১বচনত অকাৰান্ত বা আকাৰান্ত ধাতুৰ পাচত য় (বা ই) বা ৱে হয়। যেনে, হয়, হৱে ; খায়, খাই, খাৱে। ইকাৰান্ত আৰু উকাৰান্ত ধাতুৰ পাচত যথাক্রমে ‘য়ে’ (এ) আৰু ‘ৱে’ (এ) হয়। যেনে, নিয়ে (নিএ) takes ; দুৱে, ( দুএ) milks। উকাৰান্ত ধাতুৰ পাচত কেতিয়াবা ‘ই’ও হয়। যেনে, দুই milks। একান্ত ধাতুৰ পাচত ‘ই’ বা ‘ইয়ে’ (ইএ) আৰু ওকাৰান্ত ধাতুৰ পাচত ‘ৱ’ (এ) বা ‘য় হয়। যেনে, দেই, দিয়ে ( দিএ) gives ; ঘােৱে (ধােএ) ঘােয় washes। দ্বিতীয় পুৰুষ সমাৰ্থত অকাৰ আকাৰান্ত, উকাৰান্ত আৰু ওকাৰান্ত ধাতুৰ পাচত বিকল্পে বা বা ওৱা (ওআ) হয়। যেনে, হ, হােৱা; চাৱা, চোৱা ; দুৱা; ৰােৱা, বা হােআ, চোআ, দুআ, ৰােআ (be, see, milk, plant)। ইকাৰান্ত আৰু একাৰান্ত ধাতুৰ পাচত যা বা ইয়া (ইআ) হয়। যেনে, পিয়া (you drink), দিয়া (দি ধাতু, you give)। হােৱা, চোৱা, দিয়া ইত্যাদিৰ ৰা আৰু যা বাস্তৱিকে ‘আ’ আৰু উচ্চাৰণতে সেই ($৬৫)। তুচ্ছাৰ্থত থৱ (thou placest), খাৱ (thou eatest ), পিয় (thou drinkest) আদিত ব’ৰ উচ্ছাৰণ ‘ওঅ' আৰু ‘য়’ৰ উচ্চাৰণ ইঅ'ৰ অনুরূপ।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই