পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনবিংশ আধ্যা ত্বদেশ (substitute of roots) ৩৫২। ত্বদেশ : সংস্কৃতৰপৰা প্ৰাকৃতৰ মাজেদি কেনেকৈ অসমীয়া ধাতু নামিছে তাক স্বৰ-বিকৃতিৰ নিয়মৰ পৰা ($$ ৯৭-২৮) জনা যাব। সংস্কৃত আৰু প্ৰাকৃত ধাতুবিলাকে অসমীয়ালৈ আহােতে অলপ গঢ় সলায়। এইদৰে পৰিবৰ্তিত অসমীয়া ধাতুক ধাতু আদেশ (substitute) বুলিব পাৰি। তলত এই আদেশৰ এটি অতি সংক্ষেপ তালিকা দিলে। মূল সূত্ৰবিলাক প্ৰায়ে হেমচন্দ্ৰৰ প্ৰাকৃত-প্ৰকাশৰ পৰা লােৱা হৈছে। অসমীয়া ধাতু মূল সূত্র প্রাকৃত ৰূপ সংস্কৃত ৰূপ মূল ধাতু অনা ।(To listen বর্ত, ৩য়াৰ ১ব লটু-তি, -তে ওনা, attentively “তেহণঃ* হণই সৃণােতি for distant ( ৪৫৮) sound) আগচ, (To intercept) ‘অভ্যাণােমখঃ অভ্যাগচ্ছই অভ্যাগচ্ছতি, অতি গম (৪১৬৫) ( অভিমুখ আগচ্ছতি | ইতি অর্থঃ)। আছ, (to exist, ‘গমিমাসা ছ: আচ্ছই আন্তে আস to stay) | (৪২১৫) (to sit, | to exist) আঁছােৰ ।(to scratch ‘ নিটা o' আচ্ছােডাই আছােটতি আ+Vক্ষু আঁচোৰ, by nail) (৪৭১) | বা আ+ ই আঁট (to suffice) - অট্রয়তি আঁত, (to press, ‘শ্লিষে o'। অতই। | to squeeze) (৪১৯০) (to bind) আন (to bring) (হেমচ, ৪৮৩) আনঅই, আনই, আনয়তি আ+ নী আৰম্ভ (to begin) ‘আঞা ৰভে o' আৰম্ভই আৰভতে আ + ৰত, | (১৫৫)। আফাল (to strike আফফালই আস্ফালয়তি আল against) আৱৰা (to repeat) আৱড়েই। | আবৃত্যতে | আ+N অন্ততি