অষ্টাদশ আধ্যা ক্রিয়া (Verb) থাৎ ( Root) ৩৪১। ধাতু (Root) গমন, কম্পন, চলন আদি অর্থবোধক শব্দৰ নাম ক্রিয়া (verb)। ইসৱৰ প্রকৃতি (crude form)ৰ নাম ধাতু (root)। যেনে, হ, যা, কৰ, ইত্যাদি। অসমীয়া ক্রিয়া অনুজ্ঞাৰ (দ্বিতীয় পুরুষ একবচনৰ) আকৃতিয়ে ধাতুৰ আকৃতি। যেনে, তই কাম কৰ-ইয়াত ‘ক’ এই শব্দ অনুজ্ঞাবােবক ক্রিয়া (verb)। ই ধাতুৰে। আকৃতি অর্থাৎ ইয়াত ধাতুটোৰ নাম ‘ক’। ধাতুৰ আকৃতি একে থাকে, কিন্তু ক্ৰিয়াৰ আকৃতি বিভক্তি যােগত লৰচৰ হয়; যেনে, কৰোঁ, কৰিলো, কৰিম ইত্যাদি ক্রিয়া আৰু ইবিলাকৰ ধাতু ক। ধাতুত যি বিভক্তি যােগ হয় তাৰ নাম ক্রিয়া-বিভক্তি (verbal affix)। ১। মৌলিক বাহু (Primary Roots) ৩৪২। তৎসম, অgৱ আৰু দেশজ খাতু মূল ধাতু তিনি বিধ-তৎসম, তন্তৱ আৰু দেশজ ($ ২১০)। তৎসম ধাতু অসমীয়াত অতি কম। এনে ধাতু অৱশ্যে লিখা ভাষাত কিছু পৰিমাণে পােৱা যায়; যেনে, পূ, চিন্তু, পীড়, গণ, বচ, ইত্যাদি। কিন্তু সৰহভাগ অসমীয়া ধাতুই তদ্ভৱ ধাতু। যদিও বহুত তন্তুর ধাতুৰ স্বৰ-বিকৃতিৰ নিয়মে মূল সংস্কৃত ধাতুৰ পৰা অৱ পৰিবর্তন ঘটিছে তথাপি সিহঁত সংস্কৃতৰ পৰা নামিছে বুলি অনায়াসে ধৰিব পাৰি, কিয়নাে সিহঁতৰ গঢ় মূল সংস্কৃতৰ পৰা বেচি লৰচৰ হােৱা নাই। তেনে ধাতুক সিদ্ধ ধাতু ($২১) বুলিব পাৰি। যেনে, কৰ, (do), স. +; দূৰ, (to turn), স. ঘূর্ণ; হাঁহ, (to laugh ), স, হ, ইত্যাদি সিদ্ধ ধাতু। আন কিছুমান তম্ভৱ ধাতু সংস্কৃতৰ পৰা আদিতে আহিলেও সিহঁত
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই