পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৪ ভেতে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | (গ) দশবাচক ক্রিয়াবিশেষণ ( Pronominal adverbs of manner) সৱনাম সংস্কৃত হিন্দী পু, অসমীয়া অসমীয়া নিশ্চাবাচক ইম য, এনাই, এনা, এমনে, এনা, এনে, এহিনা, এহন, এমতে, এনে এনাই, এনেই (thus, so, in this manner) সহবাচক তু, সেহনাই, যেনা, যেনে, যেনা, যেনে, হিনা, লেহন, যেনে, যেমতে যেনাই জেনা, | (জেনা, জেনে, জেনে, জেনাই) মেনে, (as, in which কােমতে), যথা। manner) তু, স্লোই, ভেনা, তেনে, তেন, তেনে সম্বন্ধবাচক তুহিন, তেহন, তথা, তেমনে, তেনাই, তেনেই তেন। তেও, তেন্তে, (so, thus) এবােধক ক , কেই, কেন, কি। কেনা, কেনে, কহিনা, কেহন, (কিয়), কেনে, কিঅ, (কিয়) নো, কিএ কেমনে, কিমতে (how, in what way) ৩৩৯। মুল (Derivation) | (ক) সর্বনাম-ক্রিয়াবিশেষণৰ মূল বিশেষণ-সৱনামৰ অনুৰূপ ; কেৱল ইয়াত শব্দটোক ৭মী বিভক্তিত ৰাখিব লাগে। এই ৭মী বিভক্তিৰ আকৃতি অপভ্রংশ প্রাকৃতৰ ‘হে’ বা ‘হি’ ($ ২৭৬) অর্থাৎ ‘এ’ বা ‘ই’। কেতিয়াবা আকৌ এই বিভক্তিৰ আগত আর্থিক প্রত্যয় ‘অন্’ যােগ কৰা হয় ( ১৪৩৪)। সাধাৰণত পৰিমাণবাচক বা গুণবাচক বিশেষণ-সৱনামৰ অনুৰূপ ৰূপ ক্রিয়া- বিশেষণৰো আকৃতি হয়; কেৱল এই স্বাৰ্থিক প্রত্যয় আৰু ৭মী বিভক্তি যােগ হয়। সংস্কৃত ইয়ৎ (ইৎ: $ ১৮৯) তাৎ, যাৱৎ, কিয়ৎ ( কিৱৎ ), মা, প্রাকৃত এত্তিঅস, তেত্তি, আদিৰ পৰা অসমীয়া কালবাচক সর্বনাম- ক্রিয়াবিশেষণ এতিআ (এতিয়া : now, তেতিয়া (তেতিয়া : then), জেতিআ (যেতিয়া : when), কেতিয়া (কেতিয়া: when) ওলাইছে ( $ ৩৩৬ দেখা)। ইয়াত কেৱল শেষৰ ‘ই’ লােপ হৈছে।