পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পং সতে আd দশম সংখ্যাবাচক শব্দ সংখ্যা সংস্কৃত প্রাকৃত | হিন্দী অসমীয়া ৪ (Quarternion) চতুক। চউকং | চৌক ঢোক, ঢোকে, চাৰি ৫ (Pentad) পঞ্চক পংচঅং পাঁচা, পাচে পাঁচ (Hexad) ষটকম ছয়, ছা (ভাচ খেলা আদিত খাটে) । (Heptad) সপ্তক সত্তৰং সাতা, সাতে। ৮ (Octad) অষ্টকম্ | অটঠঅং অঠে, অটঠে অষ্টং, আঠা, অষ্টম্ ৯ (Nine) নৱক, নৱম্ নং নৱা, নৱাই ন, নৱে, নং ১০ (Decad) দশক হজং, দহ, দহ, দহ, দহে দসং | হাম্দ হং কেতিয়াবা সংখ্যাবাচক শব্দৰ পাচত ‘গুণ’ শব্দ বহুৱাই পূৰণবাচক শব্দ বুজুৱা হয় যেনে, ‘আগাত নেদে মুণ। সানা পােতকাই তিনি গুণ। (৫) সমষ্টিবােধক সংখ্যাবাচক শব্দ (collectives) ২৯৫। পূৰণবাচক সকলাে সংখ্যা সমষ্টিবােধক—যেনে, দুই দুগুণ চাৰি অর্থাৎ দুই বাৰ দুই যােগৰ সমষ্টি চাৰি। তলত লিখা শব্দবিলাক সমষ্টিবােধক। সংস্কৃত সংখ্যাবাচক শব্দত স্বাৰ্থিক প্রত্যয় ‘ক’ যােগ কৰি এনে সংখ্যাবাচক শব্দ উলিৱা হয়। প্রাকৃতত ‘ক’ ‘অ' হয়। সংখ্যা সংস্কৃত প্রাকৃত হিন্দী অসমীয়া ২ (couple) যুগলকম্ জুঅউ, জুঅলএ, বােড়ো যােবা। জুৰং ২ (two-fold, দ্বিগুণকম দুইণং দৃণা দৃণা, দুপা double) দুণী। দুই ৪ (four-fold) গতক গংভও গণ্ডা, আঁৰা ১২ (dozen)। ১। গ• আৰু লৰ। (ss ১৪ •১৫৫) ২। ভড় বা ৰ( $ ১৪৯) গং ভশন