১৪ অসমীয়া ব্যাকৰণ আৰু ভাষাভ ‘কেউ আৰু ‘কেৰেং যত বিভক্তি প্রয়ােগ হয়। এই শব্দ কেইটা বান্তৱিকে বিশেষ আৰু ইমৰ্থত বা সাত ইহঁত যােগ হয়। এই ‘কেৰাে’ বা ‘কেৰিৰ মূল সংস্কৃত কৃত’ (mde, done)। সংস্কৃত থকাৰান্ত ধাতু প্রকৃতত অৰক্ত হয় আৰু কৃদন্ত বিশেষ কৃত, ধৃত, মৃত, আদি শব্দ প্রাকৃতত কৰিও, ধৰিও মৰিও-এনে হয়। এই দৰে লৰ কৰিও’ শব্দৰ ইকাৰ ব্যত্যয় ( ১৮•) হলে আমি কেৰাে’ পাওঁ। নহলে কৰ্ম আৰু ভাববাচ্যত যাে ক হ আদি ধাতু ৰূপৰ পৰাও কেন, কেৰি আহিব পাৰে। আৰু ? ধাতুৰ ‘ক্য (য) প্রত্যয় বিয়ে লােপ হয়। যেনে, কিই, কৰিইস, ক্রিতে। কিন্তু এই মত বহুতে স্বীকাৰ নকৰে। এত ‘কেৰে। ৰ লগত আর্থিক প্রত্যয় ক’যােগ হলে কেৰক হয়। প্রাকৃতত এই কদন্ত বিশেষণ যষ্ঠ্যন্ত পদৰ পাচত ব্যৱহৃত হৈছিল; কিন্তু তাৰ পৰা অৰ্থৰ কোনো পৰিবর্তন নহৈলি। যেনে, তুম্হহং কেউ ধণু বা তুমহহং খণু =যুগ্ম সম্বন্ধি ধন। ইয়াত কেউ শব্দ নিদিলেও অর্থৰ একো পৰিবর্তন ঘটে। যষ্ঠীৰ অর্থ স্পষ্ট কৰিবলৈ ইয়াৰ প্ৰয়ােগ হয়। সংস্কৃত কৃত’ প্রাকৃত কেৰাে, কেউ, কেৰেং, কোঅং (মৃচ্ছক) অসমীয়াত ‘কেৰিা হৈছিল। ‘কে’ বা ‘কেৰিৰ ‘ক’ এৰি দিলে বি, , ৰে আৰু ৰু হয় আৰু । এৰি দিলে ক, কে, কে, কা, কু, কি পােৱা যায়। অসমীয়াত সচৰাচৰ ৰ'হে যষ্ঠৰ চিন ৰূপে ব্যৱহৃত হয়। পুৰণি অসমীয়াত কেৰি, ক, কু, কি, ক, বি আৰু । যষ্ঠীৰ চিন ৰূপে ব্যৱহৃত হৈছিল। যেনে, | কেৰি-গজন জাতক পাতক ঘাতক কেৰি এগুণ নাম।'—শ ক—যদি আমাক মেহে আইলা গােপগণ।'—শ । ৰামক নাম অতি অনুপাম। ৰামক নাম।'—শৱৰ ১। ‘ তুন কেউ = যুকং গতি ধন চে, ৭৩ ২। সঙ্গিনং কেনৌ, হেমচ, ৪২২, যৰ কেৰং সমি। ৩। খাৰু, হেমচ, ০২৩০, যেনে, কই, বই, এই ব্যাদি। •। ফঞেৰিকীৰৌ, কাতা, ॥ বই , হে ৫০ (ক্ত এত যােগত ক খাতু ফাতি, এত কৰি ৰা কিবি । cf, মনি fল মাৰিত, হেমচ, s৩৭)।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই