পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া বিভক্তি ১৫৩ বহুবচন তীবতীয় ভােগ :- কছাৰী- গাৰাে- চুটিয়া- ভুটিয়া- ব্রাবিড়ী- | তামিল- অসমীয়া English নৃ-ফু নং তা-পাত ছি; -ফু-জাং নং -ছি ন্যা-লাজু-ছাং নৃ- ফুনি। নকৰাং -নি। -লাজুয়াে। দিগি। মানেই-গল ঘৰ-বােয় houses : মানেই- গ ল ঘৰ-বােৰেৰে by houses : মানেই- গইনাডু। ঘৰ-বােৰ। of houses. বডডা আৰু ভ্ৰাবিড়ীৰ এই বিশেষত্ব অসমীয়াত ৰক্ষিত হৈছে। বড়াে ভাষাৰ আন এটি বিশেষত্বৰ কথা ইয়াত কোৱা উচিত। অসমীয়া ভাষাৰ এনে বিশেষত্ব যে তির্যক বিভক্তি তাৰ কথা আগেয়ে কোৱা হৈছে ($ ২৪৩)। বডডা ভাষাত পঞ্চমী বিভক্তি যােগ কৰাৰ আগেয়ে প্রাতিপদিক পাচত ষষ্ঠ বিভক্তি যােগ কৰা হয়। কছাৰী পঞ্চমী বিভক্তি বাস্তৱিকে ফ্রাই’ আৰু চুটিয়া পঞ্চমী বিভক্তি বাছাপি। যষ্ঠ বিভক্তি কছাৰীত ‘নি’ আৰু চুটিয়াত ‘য়াে’। এই যষ্ঠ বিভক্তি নিজ নিজ পঞ্চমী বিভক্তিৰ আগত যােগ হয় আৰু লব্ধ পঞ্চমী বিভক্তি কছাৰীত ‘নি-ফ্রাই' আৰু চুটিয়াত ‘য়াে-বাছাপি' হয়। যেনে, কছাৰী (a house), নূ-নি (of a house), নূ-নি-ফ্রাই (from a house); চুটিয়া—স্যা (a house), স্যা- মাে (of a house), স্যা-মাে-বাছাপি (from a house)। গাৰৰ ষষ্ঠী বিভক্তি ‘নি’ আৰু পঞ্চমী বিভক্তি ‘অনি’ বা অনিখাে। শেষােক্ত বিভক্তিৰ ‘নি যষ্ঠ বিভক্তি হব পায়। অসমীয়া পঞ্চমী বিভক্তি ‘পৰা যােগ হােৱাৰ আগেয়ে এই দৰে প্রাতিপদিকৰ পাচত ষষ্ঠ বিভক্তি ৰ' যােগ হয়। বড়াে ভাৰাৰ এই বিশেষৰ ছাঁ অসমীয়াত সােমােৱা অসম্ভৱ নহয়। ২৪৫। (১) প্রথম বিভক্তি (Nominative case-afix) (ক) ওপৰত কৈ অহা হৈছে যে যষ্ঠৰ ৰূপ বা তির্যক আকৃতি কেতিয়াবা প্রথম বিভক্তিততা চলিছিল ( ২৪২)। সেই নিয়মে অসমীয়া s