পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পুত্ৰ পৰিবাৰ সৰহি অসাৰ কৰৰ কাহেৰি সাৰ। শৰ। পুলিশ প্রতি আপুনিহি চলি যাহ। মা. ক, সকলহি বানৰ আমাৰ নিজ ভক্ষ্য। মা, ক.. বর্তমানত ইয়াৰ চলতি নাই বুলিলেও হয়। ওপৰৰ উভয়বিধ আকৃতি পূর্বাঞ্চলৰ প্ৰাকৃতিক ভাষাৰ তির্যক ( এক বা বহুবচন) আকৃতি বা চিনৰূপে ব্যবহৃত হয় আৰু সেই দেখি যষ্ঠ বিভক্তি তাত নিহিত থাকে। | সংস্কৃত ষষ্ঠ বহুবচনৰ বিভক্তি নাম’ মাগধী প্রাকৃতত ‘শং’ বা ‘আই (বা ই) হয় আৰু অপভ্রংশত হং, হুং বা হিং হয় (৪২৩৬)। এই বিভক্তি কেইটা সকলে লিঙ্গত অকাৰান্ত ইকাৰান্ত, আৰু উকাৰান্ত শব্দৰ শেষত যুক্ত হয়। এইদৰে অপভ্রংশত আমি (১) অহং, ইহং, উহং, (২) অহুং ইহুং, উইং আৰু (৩) অহিং, ইহিং, উহিং পাও। হ ইৎ হলে (১) আঁ, ঈ, উ, (২) ৪ বা ও, উ (৩) ঐ বা এ, ঈ, ই, উ (সন্ধিৰ নিয়ম দেখা) পাের যায়। ইয়াৰ ভিতৰত অসমীয়াত কেৱল ‘এ’ হয়। এই ‘এ’ একবচনা ‘এ’ৰ লগত একে আকাৰৰ বিভক্তি হােৱাত শেষৰ কালৰ উভয়ৰ পার্থক্য নথকা হল। পূৱাঞ্চলৰ ভাষাত ইয়াৰ কেইটিমান আকৃতি তির্যক বহুবচনৰ বিভক্তিৰূপে ব্যৱহৃত হয় আৰু সেই দেখি তাত যষ্ঠীৰ অৰ্থ নিহিত থাকে। | ২৪১। (১) ওপৰত কোৱা হৈছে ( ২৩) যে পূব ভাৰতৰ প্রাকৃতিক ভাষাত তির্যক বচনৰ চিন সংস্কৃত আৰু প্ৰাকৃতৰ যষ্ঠ বিভক্তি ভিন্ন আন একো নহয়। | (২) আমি পাচত দেখুৱাম ($$২৬৭-২৭৬) যে প্রাকৃতিক ভাষাৰ বিভক্তিৰ চিনবিলাক (post-positon) সপ্তমী বিভক্তিযুক্ত সংজ্ঞা বা কৃদন্ত শব্দ। এতিয়া এই কথালৈ মন কৰিব লাগে যে দুটা শব্দ সংযােগ কৰিব লাগিলে পূৰ্বৰ শব্দটোক ষষ্ঠ বিভক্তিত ৰাখা হয়। যেনে, বামনাম এই সংযুক্ত শব্দৰ প্ৰথমটোত যষ্ঠ বিভক্তিৰ ৰ উহ আছে, অর্থাৎ ৰামনাম=ৰামৰ নাম। এতেকে বিভক্তিৰ চিন (যেনে, ক, লৈ. ৰ ইত্যাদি) যােগ কৰাৰ আগতে বিশেষণীয় শব্দটোক যষ্ঠত থব লাগে। এতিয়া আমি জানো এই চিহ্নশি যােগ হােৱাৰ আগেয়ে শব্দটোক তির্যক আকৃতিত সদায় ৰাখিব ‘আম গাই । হেমচ, ••