পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭ আকৃতি বহুবচনত একে অর্থাৎ হ’। একবচনৰ কথাও ঠিক তেনে অর্থাৎ উভয়ৰ বিভক্তি হে। হুম্ বিভক্তি অপভ্রংশত সপ্তমীৰ বহুবচনত ব্যৱহৃত হােৱা দেখা যায়। হিম অপভ্রংশ প্রাকৃতৰ ৩য়া আৰু ৭মীৰ বহুবচনৰ বিভক্তি। ই ৬ষ্ঠীৰ বহুবচনত ব্যৱহৃত হয়। ইয়াৰ পৰা হম, হি আৰু হুম্ অপভ্রংশ প্রাকৃততে ৩য়, ৪র্থ, ৫ম, ৬ষ্ঠী আৰু ৭মীৰ বহুবচনত ব্যৱহৃত হৈছিল বুলি ধৰিব পাৰি। কেৱল বহুবচনত হে এনে একাকাৰ হৈছিল এনে নহয়, একবচনতত হৈছিল। ডাক্তাৰ হৰ্ণলিয়ে প্রমাণ কৰিছে যে ৬ষ্ঠীৰ একবচনৰ চিন বা তির্যক আকৃতি অপভ্রংশ প্রাকৃতত একবচন বা বহুবচনৰূপে চলিছিল। এতেকে আমি ধৰিব পাৰে যে প্রথমতঃ হুমটো বহুবচনৰ | ১ “ভ্যসাে হম। হেমচ. ৪৩৩৭। অপভ্রংশেইকাৰাৎ পৰস্ত ভ্যসঃ পঞ্চমী- বহুবচন হ ইতি আদেশ অৱতি।)। যেনে, স. গিৰিভ্যেঃ -অপ. গিৰিসিগহম্। ২ (ক) “সিভ্যঙীনা হেহহয়। হেমচ, ৪৩৪ ১। (অপভ্রংশে ইদু্যাং পৰে সি ভ্যস ঙি ইততততং যথাসংখ্যং হে হম হি এতে ব্রয় আদেশ অৱতি।)। যেনে, স, গিৰে=অপভ্র. গিৰিছে; স. তৰাে-অপ. অহে; স. অভ্যঃ বল- পত্র. তহ বলু; স. কলৌ-পত্ৰ কলিহি। | (খ) “সঙন্ত্যোহেঁ। হেমচ. ৪৩৫ •। (অপভ্রংশে যিয়াং বর্তমানায় পৰয়ােস ওসি ইত্যেমহেঁ ইত্যাদেশশা ভৱতি।)। যেনে, স, তা ধায়াঃপত্র, তহে ধনহে; স, বালায়া=অপভ্র, বানহে। ৩ (ক) “য়ােহধিকাৰাৎ চিৎ সুপােহপি হম”। হেমচ. ৪৩৪০। যেনে, স. অহং কিং ন যুক্তং যােশিশঃ খণ্ডে কাপ.ইউ কি । কুউ দুহ দিশিহিৰ ৰংতই দায়ি কৰেৱি।। | (খ) “হংহং ভ্যস ইতি মার্কণ্ডেয়ঃ। (ভ্যসসা হংহমৌ তাতা)। যেনে, প্রা. অহং পতিদে= বৃক্ষেভ্যঃ পতিত ; পৰং চলিদুস পৰেত্য চলিত। বাহল্যাৎ কহিতো,পৰেংতো। “সুপো ”। “আমাে ৰা”। যেনে, বঙ্গণহ ৰণহংস, ব্রাহ্মথনা ইতি মার্কণ্ডেয়ঃ।। • “পিপার্টি। হেমচ, ৩৪৭। যেনে, ন, গুণৈঃ-পত্ৰ, শহিম; , মার্গেপত্র গৃগছি। • Hornle: Comp. Grammar, 88.

  • bia, 889.

তলত তেওঁৰ উত মার্কণ্ডেয় প্রাকৃতৰৰ পুত্ৰৰ বাদেও হেমচন্দ্ৰৰ মত দিলাে :- (ক) “ উমাের। মােৰুৎ স্যাৎ। চন্দ। বাউ। অগগিট। মহউ।” ১৮