পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ অসমীয়-ব্যাকৰণ আৰু ভাৰাত এত্যয় ৮ ( = অ )ৰ যোেগত মংতি আৰু ৰতি হয়। শেষােক প্রত্যয় এটা অসমীয়াত সৰি নিয়মে (৪৭৫,১১৭) মতী আৰু ব্ৰতী হয়। অৱশ্যে মতী আৰু ব্ৰতী প্রত্যয় সংস্কৃতৰ পৰা পােনে পােনে আহিছে বুলিও ধৰিব পাৰি। কিন্তু তেতিয়া মন্ত আৰু ৰন্ত প্রত্যয় পােৱা নাযায়। সংস্কৃত বচনত হে মত আৰু ৱন্ত প্রত্যয় হয়। কিন্তু বৈদিত একচনতে এই দুই প্রত্যয় হয় যেনে, কুমন্ত capable; অশৱত : =owining horses, ইত্যাদি (se Macd. Vedic Gramm, 3 182,2 আৰু তদ্ধিত ৪ ৪৫৪)।