১১৭ স্ত্রীলিঙ্গে ‘ঈদ’ হয়। যেনে, হভি olephant শ্রী হস্তিনী; ৰাজন ang খ্রী, ৰাজ্ঞী; নদ rive, স্ত্রী. নদী; নট actor শ্ৰী. না; গৌৰ white coloured, স্ত্রী, গৌৰী; তরুণ young মী, ভী ; কল plantain, যী. কলী। (খ) যাতৃ (a husband's brother's wife), এস (sister, মাতৃ (mother), ননান্দ (husband's sister), দুহিত্ (daughter) আৰু চত ভিন্ন ঋকাৰান্ত শব্দ স্ত্রীলিঙ্গত ঈবস্ত হয়। যেনে, ধাতৃ make, bearer, স্ত্রী, ধাত্রী (a nurse); হa slaye, killer, যী, হয়; কর্তৃ doe, স্ত্রী, কর্মী। | (গ) গুণবাচক উকাৰান্ত শব্দ স্ত্রীলিঙ্গত ঈবন্ত হয়। যেনে, thin, lean, স, তথী; লঘু light, লঘী। | (৩) আঙ্গবাচক শব্দ শেষত থাকিলে স্ত্রীলিঙ্গত যৌগিক বিশেষণ শব্দ বিকল্পে ঈবন্ত হয়। যেনে, চাৰু-মুখ a woman with lovely face; বিঘােষ্ঠ, বিন্বেষ্ঠা a woman with lips as ruddy or cherry as the Bimba fruit.। (৪) ইন্দ্র, রুদ্র, শ, ভর (Siva ), সর ( Siva), বশ আৰু মৃত্ব (Siva) শব্দৰ পাচত ‘আনী প্রত্যয় হয়। যেনে, ইন্দ্রাণী, কাণী। (৫) আচার্য, আৰু সূৰ্যৰ স্ত্রীলিঙ্গত ‘আনী বা আপ হয়। যেনে, আচাৰ্যানী, আচার্ষা spiritual precepress; সূর্যাশী, সূর্যা sun's wife. (৬) মাতুল (maternal uncle), উপাধ্যায় (teache r prece ptor), ক্ষত্রিয় (a caste) আৰু আর্য (Aryan, noble) শব্দৰ পিচত স্ত্রীলিঙ্গ আনী’, ‘ঈপ আৰু ‘আপ’ প্রত্যয় হয়। যেনে, মাতুলানী মাতুলী, মাতুলা maternal aunt; উপাখ্যায়ানী, উপাধ্যায়ী, উপাধ্যায় precepies। সম্পূর্ণ সংস্কৃত স্ত্রীপ্রত্যয় ইয়াত দিয়া অনাৱশ্যক। (খ) অসমীয়া প্রত্যয় (Aname feminine he)। ২১৮। তৎসম আৰু বহুত অর্থ-তৎসম অসমীয়া শত শত প্রত্যয় যােগ হয়। তবে আৰু দেশত শত নিয়লিখিত শ্ৰীৰত্যয় যােগ হয়। (১) জাতিবাচক তন্তু অকান্ত শৰৰ পাচত স্ত্রীলিত কেতিয়াবা ‘ই প্রত্যয় যােগ হয়। যেনে কাউৰ (এow , যী, কাউৰী; ছাগল
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই