পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অসমীয়া ব্যাকৰণ আৰু ভাৰাত পুরি খ্রীলি। গােলাৰ (serant) বাণী (maid servant) চাহে (master) বিৰী (maried lady) মেজ (wer) মেতনী (female sweeps) চবি (yce) চহিনী (female syce) অমিৰ (andlord) আমিনী (andady, wife of landlord) আমিন (urveyor) আমিননী (wife of a surveyor) নাজিৰ (Cashier) নালিনী (wife of a cashier) (ক) ইছলামিক পুলিঙ্গ শৰ অসমীয়াত কেতিয়াবা স্ত্রীলিঙ্গৰ নিচিনা এয়ােগ হয়। যেনে, দাৰা channel; দৰিয়া rive (ইচলা, দয়া); থানা a room (ইচ. খান); ইত্যাদি। | (খ) কোনাে কোনাে ইচলামিক স্ত্রীলিঙ্গ শৰ অসমীয়াত ক্লীবলিঙ্গ হয়। যেনে, খতা fault ( c. ধতা দি impute fault); অহ manner; দাৱাই medicine (ইচলা, দাৱা); কহ spirit; হুকুম Government- order ( ইচলা, হুকুমত); নালিছ complaint; ইত্যাদি। (গ) দুনিয়া (world ), দৰিয়া (river) আদি ইচলামিক শব্দ বলিঙ্গ। | (ঘ) আমিন (surety), মজু (abour), মালিক (owner), দোচ (ইচলা, দোস্ত=friend) আদি ইচলামিক শব্দ পুল্লিঙ্গ। (ক) সংস্কৃত প্রত্যয় (Sanskrit fenm/nine aixer)। ২১৭। (১) সংস্কৃত স্ত্রীলিঙ্গত অকাৰান্ত শৰৰ পাচত ‘আপ’ হয়; প’ই গৈ আ’ থাকে। যেনে, মনােম lovely, fascinating স্ত্রী, মনােৰ; শিৱ the third god শ্ৰী, শিৱ। আপপ্রত্যয় যােত অভাগান্ত শব্দ কা-ভাগান্ত হয়। যেনে, গায়ক singa , গায়িকা; পাঠক reade খ্রী. পাঠিকা; বালক boy যী, বালিকা; নায়ক leader স্ত্রী নায়িকা; লেখক ita aী, লেখিকা। | (২) (ক) কি একাত শব্দৰ পাচত স্ত্রীলিঙ্গত ঈপ হয়; পই গৈ ‘ই থাকে। যেনে, সিংহ lom, বী, সিংহী; বিড়াল cat, খ্রী. বিণী; ব্রাহ্মণ, বী, ৰাশী। সেইদৰে নাৰু আৰু নাতি শৰৰ পাচতে