পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১২ লিঙ্গ সূর্য, ইত্যাদি। সৰু পৰ্বতৰ নাম স্ত্রীলিঙ্গ, যেনেসিনী, নাককাটা, দুপী- মুণী, সিদ্ধেশ্বৰী, বাঘেশ্বৰী, উশ, ইত্যাদি। (খ) বিল,জলে, গঙ্গা, ডিপাে, বৰচলা, কামৰাঙা, ইত্যাদি। সৰু আৰু দীঘল বিল কেতিয়াবা স্ত্রীলিঙ্গ হয়, যেনে-বৰচলী, ভেলেঙ্গী, বেকী কুজী, ইত্যাদি। (গ) সাগৰ,-প্রশান্ত, খেত, পীত, কৃষ্ণ, ইত্যাদি। (৪) আকাশৰ ডাঙৰ জ্যোতির্ময় বস্তুৰ নাম, যেনে-সূর্য, মেষ, বৃহস্পতি, ৰাহু, কেতু, ইত্যাদি। জোন শব্দ স্ত্রীলিঙ্গ, কিয়নাে তাৰ মূল স. জ্যোৎস্না ( ৯১ক)। | (৫) কিছুমান মনৰ বৃত্তি বা ভাৱৰ নাম, যেনে-কাম (love or desire of sexual enjoyment ), ক্রোধ (anger), মেহ (affection), ইত্যাদি। সাধাৰণতঃ ইসৱক ক্লীবলিঙ্গ বুলি ধৰা হয়। এই জাতিৰ বহুত শব্দ বিশেষকৈ আকাৰন্ত শব্দ স্ত্রীলিঙ্গ, যেনে-বুদ্ধি (intelligence), ইচ্ছা (desire ), তৃষ্ণা (thirst), ইত্যাদি। | (৬) ব্যৱসায়ী লােক বা কর্মকর্তাৰ নাম, যেনে—যােদ্ধা (warror), মালী (derist), পাঠক (reader), নিশাচৰ (a night-watcher, a goblin ), ঘাটুৱৈ (feryman ), ইত্যাদি। দ্বিতীয়তঃ, তলত লিখা বিশেষত্বৰ শৰ স্ত্রীলিঙ্গ হয়, অর্থাৎ | (১) স্ত্রীজাতিৰ নাম, যেনে-মাখুন্দী (a female elephant ), ছাগলী (she-goat), কাউৰী ( femal cow), দাসী (maid servant), ইত্যাদি। | (২) তিথিৰ নাম, যেনে—পঞ্চমী (fifth day of the bright or dark fortnight), পূর্ণিমা (full-moon night), ইত্যাদি। (৩) নদী, সৰু বিল আদি নাম। (ক) নদী, গঙ্গা, যমুনা, কপিলী, ধনশিৰী, চমতী, ভৰলী, ইত্যাদি। ডাঙৰ নদী পুংলিঙ্গ—যেনে, ব্রহ্মপুত্র, গদাধৰ, গাধ, দুধৰ্কোৰ, ইত্যাদি। তৃতীয়তঃ, জত লিখা জাতিৰ শৰ ক্লীবলি, অর্থাৎ (১) সাধাৰণ অচেতন পদাৰ্থৰ নাম, যেনে-বাহ (bamboo), শিল (stone), ইত্যাদি। (২) অৱস্থাৰ নাম বা ক্রিয়াবােধক শব্দ। যেনে, জীৱন (life), মৰণ (death ), উৰণ (fight), ইত্যাদি।