পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদি ব্যঞ্জনৰ পৰিবর্তন ১০১ | (আ) একব্যস (Smal Consonant) ১৯৩। ‘ক’ৰ ঠাইত ও হয়, যেনে— appete, , কাং (৫. প্রা, কখই, স, কাকতি হে, ৪১৯২); খােবাে the hollow of a tree, স, কোট; খােপা braid , কপর্দ, কপর্দক (brafded and matted hair), বৈ. কপর্ণ (a braid; আৰু ১১১৪১-৫); খেলে he plays, প্রা. কীলই, স, ক্রীড়তি (হে. ১১২২) বা স. খেলতি ( খে); খাপৰি tile, প্রা. খল্প, স, কপ, খপ, (ie potshed: হে. ১১১৮১) ত censure, fault, স, কুটন; জুতি itching স কংভূতি (cf. প্রা. কড়ুইস, কংডুয়তি=অ, জুয়ায় ), বা, স. খ ; খিচ mud with urine of cow, স, চিলিঃ ( ১৮০ ); বাদা a basket, স, কাণ্ডালঃ, কাণ্ডোলা zlit. a reed-basket; খালৈ a fish- basket, স, কৰণ্ডিকা; খিলা (যেনে, পানখিলা) a piece, a minute particle, স, কী, বা স. অখিল (whole); ইত্যাদি। ১৯৪। কদাচিত ‘খ’ৰ ঠাইত ক হয়, যেনে-কৰাই fried grain, স খদিকা (fried or parched gain): কল a mil, স, ল; কান্ধ shoulder, প্রা. খংধধ, স, স্কন্ধ (হে, ২৪ ); কলা (মাহ) a kind of pulse, বৈ. খঃ (অথ. বে. ২৩১১); কচ, to bind. to fasten, স, খচতি, কচতি (Vখচ, কচ,); কেলি sport, play, স, খেলিঃ বা কেলি; ইত্যাদি। ১৯৫। ‘ঘ’ৰ ঠাইত গ হয়, যেনে—গঢ়ে he shapes, প্রা. বড়ই গঢ়ই, স, ঘটতি (হে ১১২২); গােগ intermediate place, স. ঘােং (c, 3 ১৫৮), গাহৰি a hog, স. বৃষ্টি; ইত্যাদি। ১৯৬। বৰ ঠাইত ‘ক’ হয়, যেনে—জ (heat, warmth), স. ঝ;. জোকা to ve, to tease আৰু এক to be in a ft of mad- ness, প্রা. মখই (vঝম ); জোকাৰ (c. উলি-জোকাৰ) a low murmuring sound (uttered by women on auspicious occasion), স. ঝংকাৰ; বাৰণি ৪ wood, a thicket, স. বাট ১ বিললালভয়াের খাদেশ—বিলপতি উপাততে ভাবতে । হেমচ, ৪২০