পদমধ্যৱৰ্তী ব্যঞ্জনৰ পৰিবর্তন ৬। ব্যত্যয় (Tranoition)। ১৮০। কোনাে কোনাে শব্দৰ বৰ্ণবিন্যাসৰ সালসলনি হয় আৰু কেতিয়াবা আন ব্যঞ্জনবর্ণ বােগ হয়। যেনে, হালুক weak, প্রা. হলুং, সহজং, স, লঘুক ( ১৪০ ); বানচ, price, স, বগম ( ১৭৯); ডুবে, বুৰে he sinks, প্রা. বুই, স, কৃতি (ঞড়; হেমচ. ৪১০১); টোপােলা a bundle, স, পােটলিকা; নহৰু, ৰহন garlic, স, লণ্ডনঃ ; টকলা bald, bald-headed, স, খট, খল্লিট; মাৰহট mahrattas, প্রা. মহঠম, স, মহাৰাষ্ট্ৰম (হেমচ, ২০১১৯); দই, দ deep, প্রা. দহহ, স. দুহঃ বা হ্রদঃ (হেমচ, ১১২); লােৰ, to gather (as firewood ), প্রা. আবােলই, স. আলুতি (হেমচ, ৪১০২), বা প্রা, সােড়ই, স, ললাটতি (takes away); পােৰ itteen, প্রা. পাহ, পৰস, স. পঞ্চদশ ( হেমচ. ২৪৩ ১২৩); নিনৱৈ ninety-nine, প্রা. উৰৱই, স. নৱনৱতিঃ ( ২৮৯); এঘাৰ eleven, প্রা. এআৰহ, স, একাদশ (হেমচ, ১২৬২); তাৰি , তাকুৰ a spindle, স. তকু; বৰগনি subscription. তা বাৰগই: বান্দৰ monkey, স, বানৰ; খিচ mud from dung of urine (of cattle) স চিক্লিদ; অথিতি a guest, স, অতিথিঃ ; অস্ব a small drum of the shape of an hour-glass. স. ম ; ইত্যাদি। | (বা) সংযুক্ত ব্য ন (Conjunct consonant)। ১৮১। সন্ধিৰ লগত সংযুক্ত ব্যঞ্জনবর্ণৰ বিকৃতিৰ নিয়ম দিয়া হৈছে ($ $ ৮২-৯৬)। ইয়াত কেৱল বিশেষ নিয়ম কেইটিমানৰ আভাস দিয়া হল। | ক। বিবিধ সংযুৰ বিকৃতি। (Anomalous phonetic change of conjnet consonant) ১৮২। (ক) (ক), গগ আৰু ৰ ঠাইত কেতিয়াবা যথাক্রমে । বা , " (৩) আৰু ই হয়। যেনে, কেঁকোৰা a cab, প্রা. কya, ক ঙ্গো , স, কর্কটক ( ৯৫); টাঙনা. টনা colk (lit. a swift steed), বৈ. কনঃ (ঋক ১৬৬২), স, টন (a species of horse);
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২২১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই