পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খ-বিকৃতিৰ সাধাৰণ নিয়ম বর্ণ। বিকৃতি। পাং (ব. ২।২); যশশা, যশােদা a name, প্রা. আসােকা, স, যশােনা, গােবিন্দ দুধ পিউ পিউ বােলেৰে যশােৱা”, মা, বে; সােণা বা সােণালু (a kind of tree), স সুৱদা (cf. সুবর্ণদাৰ as a boundary mark in কামৰূপ- শাসনাৱলী)। | যেনে, এঘাৰ eleven প্রা. এআৰহ, স. একাদশ (হে. ১২৬২); বাৰ twelve এ. বাং, স. দ্বাদশ (হে. ১২৬২); খাৰু anklets or armlets, বৈ. খাদি (ঋক ৫৪১১), স, কটকম। | যেনে, বিজুলী lightning, প্রা. বিচ্ছু (হেমচ. ২১৭৩), স, বিদ্যুৎ ; বাজনা instrumental music, অপভ্র, বজ্জণও (হেমচ, ৪০৪৪৪), স. বাদ্যম (cf. স. আদন); বে, physician, প্রা. ৱেজ্জো , স. বৈদ্য। এই বিকৃতি বাস্তৱিকে য’ৰ হে, ‘ক’ৰ নহয়। দ’ৰ ঠাইত । হােৱা দেখা নাযায়। | যেনে, সাধু a sage, প্রা. সাহু (হেম, ১১৮৭), স. সাধু। | যেনে, মৌ honey, প্রা. মহও (ব. ১২৪), স, মধুক; বৌ bride, elder brother's wife, প্রা. বই (হেমচ, ৪৪ ০১), স. বধূঃ ইত্যাদি। | যেনে, পাপ, sin প্রা. পালং (ব, ২২), স. পাপং। | যেনে, নাতি grandson, প্রা. নত্তিও (হে. ১১৩৭), স, নক; ওজা preceptor, এ. উষ্মাও, উত্মাও, ওয়াও (হেমচ, ১১৭৩), স, উপাধ্যায়ঃ; লেও coating, plaster, স, লেপ, ইত্যাদি। | যেনে, তাৱ heat, স, তাপঃ ; ভাৱায় he heats, এ তৱই (হে. ১২৩১), স. তপতি ; গােয় he whiles away, . গঞাই (হেমচ. ১২৩১), স. গােণতি, গােয়তি, (cf, “কত তপসাই নৰত পাই,গাইলাে বিষয়ভােলে, মা. দে.।); কো blow, এ. কোকাে ( ২১৫), ৭, কোপঃ (anger)। লােপ লােপ