পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ-বিকৃতিৰ সাধাৰণ নিয়ম বর্ণ । বিকৃতি উদাহৰণ লােপ যেনে, আৱাৰ (যেনে, আৱাৰবেৰ-স, আচাৰ-ব্যৱহাৰ) customary rite, অপভ্র, আয়া, স. আচাৰঃ (হে. ৪৩৪১) : পয়াৰ a kind of verse, প্রা. পয়াৰো , স. প্ৰকাৰ, প্ৰচাৰৰ বা (হে, ১৬৮), ইত্যাদি। | সংস্কৃতত কদাচিত হে পদৰ মাজত অকলশৰীয়া ছ’ পােবা যায়। সাধাৰণত ‘চ্ছ’ হে পােৱা যায়। অসমীয়াত পদমধ্যবর্তী ‘চ’ৰ ব্যৱহাৰ যথেষ্ট দেখা যায়। যেনে, গছ tree, স. গচ্ছ; আছ fish, প্রা. মঞ্জু, স. মচ্ছ, মৎস্যঃ, (cf, মচ্ছেম মঞ্জু গিলিজ্জই= অ. মাছে মাছ গিলে, fish swallows fish : হেমচ, ৪৩৭•); পুছ ask, প্রা. পুচ্ছই, স, পৃচ্ছসি (হেম. ৪৩৬ ৪) ইত্যাদি। | যেনে, ভুজ arm, প্রা. ভুও, স. ভুলঃ (ব. ২২); গজ elephant, প্রা. গও, স. গজ (হেমচ. ১১৭৭)। | যেনে, বিচনী fan, প্রা. ৱিঅণ, স. জনং (হে. ১৪৬); বচ a kind of herb, বৈ. বজ, (name of a plant used against a demon of disease (অথ. বে. ৮৬৩), ৪, বচা। | যেনে, ওঝা, ওজা preceptor, প্রা. উত্মাও, ওও, উৱাও, স. উপাধ্যায় (হেমচ. ১১৭৩)। যেনে, নিজৰা spring, hill stream, প্রা. নিৰাে , স. নিঝৰ (হেমচ, ৪১৭৩); মাজু middle, প্রা. মঝিম, স, মধ্যমঃ (হেমচ, ১/৪৮), ইত্যাদি। | যেনে, ৰসাতল the lowest world, প্ৰা ৰসায়লম, স, সাতলম্ (হে. ১১৭৭)। | যেনে, জাই a kind of flower, এ. জাঈ, স. আতি (হেমচ, ১১১৭৭); জুই fire . জুদ, স, জুতি, দ্যুতি light ( হেমচ, ২২৪ ); কিন্তু বাস্তৱিকে ইয়াৰ মূল স. জুহৰ= flame বা বৈ. জুহ=fire (cf. “হ্যবাভ, জুহ -হবি সানােতা অগ্নিৰ মূখ (ঋৰু ১১১২); দুই two. এ. দুইও, স, দ্বিতীয় (হে. ১২০৯): পৈ husband, এ, পদ, স. পতিঃ (ব. ৪৩২); | বিশ twenty, প্রা. বী, স, বিংশতিঃ; ত্রিশ thirty, . তীসা, লােপ