পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাত পালিত হয়। যেনে, সেয্যা bed, স, শয্যা; সাে six, স. মই (কাচ্চা, $ ১৬০ )। | ১২৬। “অ”ৰ ঠাইত অ, ই, এ বা ও হয়। যেনে, আদাৰ ( মালতী) a kind of prickly plant, বৈ. আদাৰ (শ. . ৪৫১০৪); বেলি sun, time, স. ৱেলা (time); আম, অমৰা a kind of acid fruit, প্রা. অম্মাড়, স, অম্রাতক; পখৰা বা পাখৰা leprosy, leucoderma, বৈ. পাকা (বাজ, স, ১২৯৭; lit. পাক = maturity, অৰু বা অকস sore= leprosy); পন্তা, পঁইতা fermented boiled rice, বৈ. পান্ত (ঋক, ১১১২১১; ৮৯২১); তলিচা a mat, স, তলাচী; জোৱাই son-in-law, প্রা. জামাউও, স. মাতৃকঃ (হে. ১১৩১); পেঙ্গু lame, স. পালং (limping, halting); আন্ধাৰ, এন্ধাৰ darkness, প্রা. অমৃধাই, স, অন্ধকাৰঃ (হেম, ৪৩৪৯.); হায়, হেৰায় he loses, প্রা. হাৰৱই, স. হায়তি (হেমচ, ৪৩১); সেই দৰে নালাগে, নেলাগে; নামাৰে, নেমাৰে; ইত্যাদি। অসমীয়াত বহুত ঠাইত ‘আ’ৰ ঠাইত বিয়ে অ' হয়। যেনে, ৰা, ৰাজা (king) মলা, মালা (garland); কুমৰ, কুমাৰ (prince); মা, মাৰা (beaten); ইত্যাদি। | প্রাকৃততে তেনে হয়। যেনে, জহহ, জহাত somehow, by some means ( ৯৭), অ, যহতহ; চমৰং, চামৰম্ bushy tall of the chamara used as a dy-flap, স, চামৰং, অ, চোৱাৰ, চোৱৰ ; পথৰ, পথাৰৰ field, স, প্রস্তা, অ, পথাৰ; নিসিঅৰৰ, নিচায়ৰৰ moon, স, নিশাকৰ; অ, নিশাক; অজ noble, venerable, স. আর্য, অ, আজো; মেওন only, স, মা, অ, মাথােন, মেথান, মমতান; উল্লম, ওম, অল্লম an esculent root, পালি—অলে, স, আর্জং, অ, ওল; ওলী line, স. আলী, অ, আলী; ইত্যাদি। ১। ইয়াৰ মূল বৈদিক বা নহয়। vedic vai" is not a sun-god. Val a demon-Another demon mentioned with some frequency in vaa, the Poronification of the mythica car in which the celect cows re confined—History of Sanarit terature, by A. Macdonel, p. ii -“Thus the (Branspati) is often described as driving out the cows at vanquishing the denon vabibid, p. 109. ৪। বৰ ১১,১১। হেমচ, ১ ৬ । .