পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব প্রাকৃততত হয়। যেনে, সাচ্ছি : sample, likeness, স. সম্পৃক্ষ, অস, সৰি; পাত্তে asleg, স, প্রসুপ্ত; ইত্যাদি। পালিত হয়। যেনে, অনাৰাতন perpetually, স. অনাৰ (কাচা, $ ২৩১); আলিন্তো a terace before a house-door, স, অলিন্দ (কাচ্চা, $ ৩৬); ইত্যাদি। ১২৩। অ'ৰ ঠাইত ‘ই’ বা ‘ঈ’ হয়। যেনে, মিনা enamel made of gold, বৈ. মনা (ঋক্ ৮৭৮২), লাটিন—মিনা ornament made of gold; শিকল chain, প্রা. স লম্ (হেমচ, ১১১৮৯), স, লং; কাহিল emaciated, weak, প্রা. কাহলাে (হেমচ. ১২১৪ ), স, কাহল (dry, withered); নিৰাৱৈ ninety-nine, প্রা. ণউণ , স. নৱ নৱতি ; ($ ২৮৯) ছিয়ালিশ forty-six, ছত্তালীসা, স. যচাৰিংশৎ ( ২৮৯); সিন্ধি hole made in the plinth by a thief, স, সন্ধি ; জিলিক to shine, অর্প, ঝল্পকিঅউ (হেমচ. ৪৩৯৫), হিন্দী ঝলনা, স, অল (to glow, to shine ), cf. স. ঝল্লিকা light, lustre? ইত্যাদি। | প্রাকৃতত হয়। যেনে, পিকং ripe, স. পং, অ, পকা : বিঅণণা fan, স, রজন, অবিচনী; ইত্যাদি। | পালিত হয়। যেনে, চন্দিমা moon, স, চন্দ্রমা (কাচ্চা. $ ৩০১)। | ১২৪। “অ”ৰ ঠাইত কেতিয়াবা “উ” বা “উ” হয়। যেনে, পুখুৰী, tank, , পােখৰিণী ( $ ৯১াক ): গুচ, be off, প্রা. গচ্ছ, স. গচ্ছ : নটুৱা, নতুৱা, actor, dancer, প্রা. ট্টও, স, নৰ্তক : পদুম lotus, প্রা. পােম্মম্ ; পউমম্ (হেমচ, ১৬১, ২১১১২) পালি-পদুমম (কাচ্চা, ৪ ১৮), স. পদ্মং : আপােন, আপুন own, self, প্রা, অল্পগ্লো, স. আত্মনঃ (১৯১াক): বৰুণ name of a tree, স. বৰণঃ উল্‌ a species of grass, স, উলপ : জুপুৰী cottage, thatched hut, পৃ. ঝম্পড়া, সিন্ধী, বুপিড়ী (হেমচ, ৪৪১৬): কুপতী, কপৌ pigeon, স, কপােতী (female pigeon): খহু itch, scab, স. খস: কুৰী, জুৰী a cascade, a stream, স, ঝ, ঝ, ঝৰী: ধুটা a waist-cloth for male, স, বটিকা, ধটা (old cloth or raiment ১। “আ সন্থাদি বা*। বৰ, ১২। ২। বৰক. ১৩।