পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম পৰা ওলােৱা শব্দৰৰ তেনে হয়। যেনে, পাতিল small earthen vessel স, পাতিলী; কচ, কৰচলি a ladle, স, কলাচী, কলচিক; ইত্যাদি। | ১১৪। প্রাকৃত পুল্লি বা স্ত্রীলিঙ্গ শব্দৰ অন্তত থকা “উ” বা “উ” ৰ ঠাইত প্রায়ে উ বা অস্পষ্ট অ হয়। যেনে, তনু body, প্রা. তণ, তণ, স, ত; বৌ বউ a bride, elder brother's wife, প্রা. বহু, স. বধু; মােচ beard, প্রা. মং; শাহু mother-in-law, প্রা, সা, স. খ ; ইত্যাদি। | ১১৫। প্রাকৃত পুলিঙ্গ ইকাৰান্ত বা একাৰ শব্দৰ ‘ই’ বা ‘এ’ৰ ঠাইত ই বা ‘এ’ বা অস্পষ্ট ‘অ’ হয়। যেনে, লাগি touched. প্রা. লগি, লগগে, স, লগ্ন; কোৰ prince, প্রা, কুমলে, স. কুমাৰঃ ; কাম work, প্রা. কম্মি, কন্মে, স, কর্মং; শিয়াল jackal, প্রা. সিআলা, সিআলে, স. শৃগাল; ইত্যাদি। | টোকা।—এই কথা পাহৰিব নালাগে যে শেষ স্বৰ এ আৰু ই মাগধী প্রাকৃতৰ চিন, ও শৌসেনীৰ চিন, আৰু উ অপভ্রংশৰ চিন। শেষৰ এই কেই বিধ স্বৰৰ ঠাইত প্ৰায়ে অস্পষ্ট অ হয়। যেনে, কাম work, অপত্র, কমু, শৌৰসেনী,কন্মাে, মাগ, কন্মে, স. কর্মঃ ; ঘাৱ wound, অপ, ঘাউ, শৌৰ, ঘাও, মাগ. ঘাএ (?), স, ঘাত; ইত্যাদি। ১১৬। প্রাকৃত পুল্লিঙ্গ শব্দৰ অন্তত থকা “অ” অসমীয়াত ‘আ’ হয়। যেনে, ভগা broken, মা, প্রা, ভগগ, অপভ্র, ভগগা, স, ভগ্নকঃ (হেমচ, ৪৩৫১); সূতা yarn, thread, মা, প্রা. সূএ, স, সূত্রং; ঘােড়া horse, মা. প্রা. ঘােড়, স. ঘােটক; ইত্যাদি। | মন্তব্য :-মা, প্রাকৃতৰ অএ’, শোৰ, “অ” আৰু অপত্ৰ, “আউ”ৰ ৰূপান্তৰ। সিসৱৰ ঠাইত আ বা অস্পষ্ট অকাৰ হয়। যেনে, ফোড়া boil প্রা. ফোড়ও, স, ফোটকা ; কাটা, কঁাইট thorn, প্রা, কন্টও, কংটও, স. কণ্টকঃ ; উম্ warmth, অপ, উহউ, উহউ, স, উষ্ণ (হেমচ, ৪৩৪৩); ডলা a flat basket, পৃ. লও, স, ডলকঃ ; কলা black, প্রা. কলও কালও স. কালক (হেমচ ১৬৭); ইত্যাদি। ১১৭। প্রাকৃত স্ত্রীলিঙ্গ শব্দৰ অন্তস্থিত ‘ই’ আৰু “উআৰ ঠাইত প্রায়ে অসমীয়াত যথাক্রমে ই, ঈ আক, উ, ঊ, হয়। যেনে, যেটা daughte, প্রা. বিটিআ, বিট্টি, স, পুত্রিকা (হেমচ, ৪৩৩); বউ, বৌ (lit. daughter-in-law, elder brother's wife, প্রা. বহুআ, (হেমচ,