পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্ধি প্ৰকৰণ হােৱাকে বুজায়। বৈদিক সময়ত যুক্তাক্ষৰ লােপ কৰা হৈছিল। যেনে— প্রাণ (forward) =প্রাচ+স, (খ); অথােক (he milked)=অ+ দোহ,+ (ঋ)। প্রাকৃতততা এনে বিলােপ ঘটিছিল ; যেনে—জিন্তা (tongue)=জিহা (হেমচ. ২৫৭); ৰত্তী (night)=ঈ (হেমচ, ২৮৮); একল্লো (single)=একো, এও (হেমচ, ২০১৬৫), ইত্যাদি। অসমীয়াতত তেনে হয় ; যেনে—চাৰি (four ), এ. চত্তাৰি (হেমচ, ৩১২২); স, চাৰি ; মুমে, (he sinks, wades), প্রা, মুমই ( হেমচ, ১৯৪ ), স, নিমজতি ; ইত্যাদি। | (৩) সৰল কৰণ (Simplification) বুলিলে যুক্তাক্ষৰৰ একাংশ এৰি দি সহজসাধ্য উচ্চাৰণৰ শব্দ গঠিত কৰা নিয়মক বুজায়। বৈদিকত এইদৰে যুক্তাক্ষৰৰ একাংশ এৰি দিয়া নিয়ম বহু ঠাইত চলিছিল । যেনে–চন্দ্ৰ আৰু সচন্দ্র (shining); স্তনয়িত্ব আৰু তনয়ি (thunder ); অভক্ত আৰু অভকষ্ট ; অভৱ আৰু অভৱন্ত, (were); তা আৰু তা (those); ইত্যাদি। প্রাকৃততে যুক্তাক্ষৰ সৰল কৰা হয়। যেনে-বফো (vapour)=বাহাে, স. বাষ্পঃ (হেমচ, ২৭• ); বাউল্লা (perplexed) =ৱাউলল, স. ব্যাকুল (হেমচ. ২৯৯); একো (one)=এও, স, এক ( হেমচ, ২৯৯); ইত্যাদি। অসমীয়াত তেনে হয় ; যেনে-যুত, (joined), প্রা. জুং, স. যুক্তং (বৰ, ৩১); মুগ (a kind of pulse), প্রা. মুগগাে, স, মুদগঃ (ব. ৩১ ); লাগ, লগ (adhered ), আ. লং , স, লগ্নং (ব. ৩২ ); ইত্যাদি। প্রাকৃতৰ অজ হল সন্ধি বা সন্ধি লােপ আৰু এই সৰল-কৰণ একে।। | (১) বিকর্ষ (Dissolution)। ৮৪। বিকর্ষ হলে সচৰাচৰ অসংযুক্ত বর্ণৰ যি স্বৰ থাকে সেই স্বৰ সংযুক্ত বর্ণৰপৰা পৃথক হােৱা প্রতিটা বর্ণত যােগ হয়। যেনে-মুগুধ perplexed, প্রা, মুদ্ধ, স. মুখ; মেলেছ a non-Aryan, ৫. মিলিঙ্গে, ১। Macdonell's vedic Grammar, 61. ২। Macdonell's vedic Grammar, 88 18 () ) & 28. ৩। সামধ্যে বিশেষ মহল।” বৰ ১। ।। সংস্কৃত নে এতৰপৰা শব্দটো নামিছে তা দেখুৱাবৰ কাৰণে যথাসাধ্য প্রাকৃত আৰু সংস্কৃত কল দিয়া হৈছে।