অসমায়া ব্যাকৰণ আৰু ভাত ভিন অঙ্গৰপৰা ওলােৱা শৰৰ নাম “অসবর্ণ” বা ভিন্ন রকম বর্ণ ; যথা—অ, উ, ঐ এই কেইটা পৰস্পৰ অসবর্ণ। | আমি ওপৰত (৪ ৩৪) পাই আহিছে। যে জিহ্বামূলীয় ‘অ’, ‘আ’ ভিন্ন সকলাে অঙ্গৰপৰা ওলােৱা সকলাে স্বৰৰ অনুৰূপ (cognate) অধৰ ৮ম আৰু ৯ম ঘৰত দিয়া আছে; যেনে—ই, ঈ, এ, ঐ ইহঁতৰ অনুৰূপ অর্ধশ্বৰ ‘য় ; উ, ঊ, ও, ও ইহঁতৰ অনুৰূপ অর্ধশ্বৰ ৰ' আৰু ৰ অনুৰূপ অর্ধশ্বৰ ৰ। নিম্নলিখিত তালিকাত উপৰােক্ত গুণবৃদ্ধিৰ আৰু স্বৰৰ সম্বন্ধ দেখুওৱা হ'ল। সাধাৰণ 1. অনুৰূপ অর্থ . সাধাৰণতঃ গুণ বা বৃদ্ধি বুলিলে সাধাৰণ স্বৰৰ গুণ বা বৃদ্ধি বুজিব লাগে। (ক) সংস্কৃত সন্ধি (Combination of Vowele) ৪৩। সজিব নিয়মত এটা শব্দৰ অন্তৰ আৰু আন এটা শব্দৰ আদি বৰৰ মিলনৰ কথাহে আমি কম। সাধাৰণ হ্রস্ব বা দীর্ঘ স্বৰৰ পাছত সাধাৰণ ই বা দীর্ঘ সবৰ্ণৰ থাকিলে উভয়ে মিলি এটা দীর্ঘ হয়; যেনে— সর্ব+অ=সর্বস্বান্ত, পবিত্র+আত্মা =পৰিত্ৰাত্মা, মহা+আশয় =মহাশয়, গিৰি + ই= গিৰী, পৰি+ঈক্ষা=পৰীক্ষা, সতী+ঈশ=সতীশ, লঘু। উৎসৱলঘূৎসৱ, ভূ+উ= পিতৃ+ঋণ = পিতৃণ, ইত্যাদি। | ৪৪। অ’ বা ‘আ’ৰ পাছত সাধাৰণ হ্র বা দীর্ঘ অসবর্ণ থাকিলে উভয়ৰ সংযােগত পৰবৰ্তী অসবর্ণৰ গুণ হয় ; আৰু অ' বা আ’ৰ পাছত গুণ বা বুদ্ধি বা থাকিলে উভয়ৰ মিলনত শেষােক্ত ধৰৰ বৃদ্ধি হয়। যেনে-কামৰূপ+ঈশ্বৰকামৰূপেশ্বৰ, মহা+ঈশ = মহেশ, নীল+উৎপল= ১। কবিকে অটো কাৰ গুণ নহয়।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই