পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষং বিখ উচ্চাৰণ পাষণ্ড, পাখণ্ড (impious ), বৈদিক, উখা, উষা ( boiling pot), ইত্যাদি শত উভয়বিধ নামখৰি প্রচলিত। সংস্কৃত শব্দৰ ষ’ৰ ঠাইত প্রাকৃত প্রায়ে ‘খ’ লেখা দেখা যায়। উদাহৰণ— সংরুত প্রাকৃত অসমীয়া উচ্চারণ বর্ষণং (বৈ. ব্য) বণ বর্ষণ (rain)। বখণ ভূষণং ভূষণ (ornament) অনিমিষ অনিমিখ অনিমিষ (without wink) অনিমিখ লক্ষ্যঃ লখ্য লক্ষ্য (aim) সখ্য বিষ (pain)। বিখ। ইত্যাদি কিন্তু আন বৰ্ণৰ লগত য’ যােগ হলে তাৰ উচ্চাৰণ অসমীয়াৰ কোমল ‘চ’ৰ দৰে হয় ; যেনে—সৃষ্টি, কষ্ট, ইত্যাদি। কিছুমান বৈদিক আৰু সংস্কৃত শব্দৰ উচ্চাৰণ অসমীয়াত য’ৰ ঠাইত ‘হ’ হয় , যেনে- বৈদিক বা সংস্কৃত অসমীয়া ইষা (স) (pole of a chariot | or plough : Rk x 135, 3) উষ। (স). (salt ground : Matt. উষ্য Sam, 1. 6. 4.)। তুষ (স). (husk : Ath. v. iv. 6.16. ) পােষং (স) (health, support : R. v. 1.1. 3) মাষ (স.) (a kind of bean: Ath. V. | মাহ, vi. 140. 2) বিযুৱত, (equinoctial day. বিহুৱান্। ইত্যাদি | Ath. v. vi. 7. 15 ) সংস্কৃত শব্দ লেখেতে উচ্চাৰণলৈ লক্ষ্য নকৰি হিন্দী আৰু বঙ্গলাৰ দৰে অসমীয়াতত স, শ, আৰু য, লেখা হয়। একে ৰকম উচ্চাৰণৰ নিমিত্তে ‘চ’ আৰু ‘ছৰ লগত শ’, ‘ট’ আৰু ‘ঠ’ৰ লগত ‘ব’ আৰু ‘ত’ আৰু ‘থ’ৰ লগত স’ সদায় যােগ হয়। পােই, ১। পালিত য আৰু শৰ ঠাইত সাধাৰণতঃ ‘স হয় আৰু আনবৰ্ণৰ লগত যুক্ত থকা স ৰা বৰ ঠাইত হয়। যেনে, পা-কেস (hair), স, কেশ : পা, উমিৰ (a kind of fragnant gss), উশৰ : পা.- (to wish), স, ই, পা, ঈসন (a little), স, ঈষৎ, ঈষৎ : পা হন (Krishna), স, কৃষ্ণ : পা, অহণা (thirst ), স. তৃষ্ণা : ক. হা (I), শ, (বৈদিক) ।