পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ , অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | (খ) জন বর্ণ উচ্চাৰণ (Pronunciation of Consonant) ২২। ওপৰত কৈ অহা হৈছে যে ক'ৰপৰা ‘ম’লৈ ২৫টি বৰ্ণৰ নাম পর্শ বা বর্গীয় বর্ণ (৪৭)। বাগযন্ত্র সম্পূর্ণ বা ঈষৎ স্পৃষ্ট হলে ব্যঞ্জন বৰ উচ্চাৰণ হয়। কিন্তু প্রকৃত পক্ষে বর্গীয় বর্ণ উচ্চাৰিত কৰোতেহে বাগযন্ত্ৰৰ উদ্যোগী (active) আৰু নিশ্চেষ্ট (passive) অঙ্গ ওচৰা-ওচৰি হৈ বাস খন্তেকৰ কাৰণে একেবারে বন্ধ কৰে। যেনে, ‘অ’ বলোতে জিতা আৰু তাৰ মাজৰ বাট হঠাতে বন্ধ হয়, আৰু ‘ক’ (অর্থাৎ + অ) ৰােলোতে আগে বন্ধ হৈ থকা বাট হঠাতে খুলি যায়। এই বর্ণশিৰ কোনাে বনি নাই আৰু উচ্চাৰণ কৰোতে মুহুৰ্তৰ নিমিত্তে খাস সম্পূর্ণ বন্ধ হয়। এই নিমিত্তে বর্গীয় বর্ণক স্পর্শ বা নিমাত (mute) বও বােলে। য, র, ল, এই কেইটাৰ নাম অন্তঃস্থা বর্ণ (Semi-vowels)। ইহঁত বৰ আৰু ব্যনৰ মধ্যবর্তী; সেই দেখি এই নাম। শ, ষ, স, হ এই কেইটি উম বর্ণ। ইহত খাসৰ ৰূপান্তৰ। | ২৩। বর্ণ উচ্চাৰণ কৰিবৰ প্ৰয দুবিধ—(ক) আভ্যন্তৰ (কত) আৰু (খ) বাহ (বা কণ্ঠৰ বাহিৰ ৰা মুখ আদিত)। ইয়াৰ ভিতৰত (ক) আভ্যন্তৰ এষঙ্গ পাঁচ একাৰ(১) স্পষ্ট (অর্থাৎ যত শব্দ-জুৰ স্পৰ্শ হয় ), (২) ঈষৎ পৃঃ (কিঞ্চিৎ স্পর্শ কৰে), (৩) ঈষবিবৃত (যত শৰ-ৰ উচ্চাৰণ স্থানৰ পৰা কিছু আঁতৰত থাকে ), (৪) বিবৃত (যত শব্দৰ উচ্চাৰণ স্থানৰ কিঞ্চিৎমাত্ৰ ওচৰ নাচাপে) আৰু (৫) সংবৃত (য’ত শব্দ-ৰ কেঁচ খাই থাকে)। ইহঁতৰ ভিতৰত স্পষ্ট প্রযত্ন স্পর্শ বর্ণৰ হয়। অন্তঃস্থ বৰ্ণৰ ঈষৎস্পৃষ্ট এ হয় আৰু উৰ বৰ্ণৰ ঈষবিত প্রযত্ব হয়। বৰ বিবৃত প্রযত্ন হয়। এয়ােগ হ্রস্ব অকাৰৰ সংস্কৃত এযত্ব হয়। আৰু সাধনি অৱস্থাত বিবৃত প্রযত্ন হয়। (খ) বায় এষ এঘাৰ বিধ—(১) বিৰ, (২) সংবা, (৩) খাস, (৪) না, (৫) ঘােষ, (৬) অঘােষ, (৭) অল্পপ্রাণ, (৮) মহাপ্রাণ, (৯) উদাত্ত, (১) অনুদাত্ত আৰু (১১) বৰিত। , , , , , , , , , , শ, ষ, স, এই কেই বৰ বিৰ, বাস আৰু অঘােৰ প্ৰযত্ব হয়। হ, য, র, ল, , , , , ১। “যয়ে বিধা। আভ্যন্তৰৰ ৰা। আন্তঃ পং। পৃষ্টেষৎ স্পৃষ্টেষতি বিবৃত নত জোং। ভ শৃং এষ শর্শানা। ইষৎ স্পৃষ্টমানা। ইতিমনা। বি না। ফু বা প্রয়ােগে সংতম। প্রক্রিয়া শায়া বিবৃতমে। পি. কে. ১৩।