পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ১৬ উচ্চাৰণ | ৰণৰ সময়ত মুগৰৰ প্রথম বিধ | না। মাহ, মালা মায়া। ইং father. | ॥ বা পসৰ আকৃতির শব্দ-বর্ধক গবৰ (resonance cavity) এটা। সি কৰপৰা ওঠলৈ ক্ৰমাৎ বহুল। ঘট (ইং cot) | ‘না’ এৰি ‘ও' আৰু ‘উ’ৰ উচ্চাৰণ কৰিৰ অকটু যদি খােলতে মুখৰ দুৱাৰখন ওঠ দুটা চেপি অলপ কোচোৱা হয়,-“ও’ত কৰি উ’ত বেচি কোচাব লাগে। আৰু লগে সগে জিভাখনক তলৰ ফালে হেঁচি দি গহ্বৰটো ভাঙৰ কৰা হয়। কেৰােণ, মুখৰ আকৃতি ‘উ’ (যেনে-জ ৰপৰা ‘ও’ ইং more (যেনে-গো) লৈ আৰু তাৰ পাছে “অ” উ,ডে)| ভুজ, মুগ, পুত্র, {(যেনে—অকটুৰ) লৈ আৰু তাৰ পিচত ‘অ’ অপু ইং Poor. (যেনে-ঘট) লৈ পৰিবর্তিত হয়। ইংৰাজী শব্দ poor, inore, cot, caught আৰু father - যথাক্রমে এইবিলাক উচ্চাৰণ পােৱা যায়। মুখৰ সাধাৰণ আকৃতি এই উচ্চাৰণবিলাকত একে থাকে। এই আকৃতি এটা গল- সংকীর্ণ মুখৰ লাশী নিচিঙা গন্ধবিশিষ্ট বতলৰ নিচিনা।