পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ উচ্চাৰ ওপৰত এটা অর্ধচন্দ্র (বা চন্দ্রবিন্দু ) চিন দি এই উচ্চাৰণ লেখা হয়। এই অনুনাসিক অমুসাস্বৰৰ দৰে এটা পৃথক বৰ্ণ নহয়। তাৰ সুকীয়া ধ্বনিও নাই। ই কোনাে বৰ্ণৰ অনুনাসিক (নাকেদি উচ্চাৰণ কৰা) স্বৰ মাত্ৰ। আমাৰ শ্বাস যদি সম্পূৰ্ণৰূপে মুখেদি বাহিৰ কৰি দিওঁ তেন্তে আমি স্বৰ বা ব্যঞ্জন বর্ণ উচ্চাৰিত কৰে। ত কে নকৰি যদি তাৰ কোনাে এক অংশ উলিয়াও আৰু বাকীখিনি তাৰ লগে লগে নাকেদি উলিয়াও তেন্তে আমি স্বৰ বা ব্যঞ্জনৰ অনুনাসিক উচ্চাৰণ পাওঁ। মুখখন একেবাৰে বন্ধ কৰি শাস কেৱল নাকেদি উলিয়ালে আমি অসুস্বাৰ পাওঁ। অসমীয়াত অনুনাসিক স্বৰ বহুল পৰিমাণে প্রচলিত আছে। সাধাৰণতঃ দুই স্বৰৰ মাজত কোনাে ব্যঞ্জন বর্ণ বিশেষকৈ ঙ, ঞ, ম, ৭, ন বাং লােপ হলে তাৰ ঠাইত অনুনাসিক হয়; যেনে—গাওঁ village (গ্রাম), ক sudden fright ( চমক ), কোৱৰ prince (কুমাৰ), ভূইকঁপ earth-quake ( ভূমিকম্প ), কুঁৱা well ( স, কৃপক) ইত্যাদি। ব্যঞ্জনৰ আগত থকা ঙ, ঞ, ণ, ন, ম লােপ হলেও অনুনাসিক উচ্চাৰিত হয় ; যেনে—কুঁজ hunch ( কুজ), ভঁজ bend ( ভঞ্জ ), সঁচা true ( স. সত্যম প্রা. সচ্চম), পেঁক mud (স পঙ্ক), কঁাটা thorn ( স. কণ্টক) ইত্যাদি। কেতিয়াবা ‘হ’ৰ আগত উচ্চাৰণ শ্রুতিমধুৰ কৰিবৰ নিমিত্তেও অনুনাসিক যােগ কৰা হয় । যেনে—হাঁহি, ঘাঁহ ইত্যাদি। | ১৬। মূল—অসমীয়া স্বৰৰ উচ্চাৰণৰ মূল সংস্কৃত। সংস্কৃত বৈয়াকৰণিক- সকলে তলত লিখাৰে স্বৰবৰ্ণৰ উচ্চাৰণ নির্দেশ কৰিছে। অ-কাৰ, ই কাৰ, উ-কাৰ আৰু ঋ-কাৰ এই কেই বৰ্ণৰ প্রতিটাৰ দুষ, দীর্ঘ আৰু প্লহ ভেদে তিনি তিনি ৰকম উচ্চাৰণ হয়। যেনে-“উ’ ‘উ’ আৰু ‘উ ' বা হ্রস্ব উ-কাৰ দীর্ঘ উ-কাৰ আৰু পুত উ-কাৰ। এই তিনি উ-কাৰৰ উচ্চাৰণ কালৰ সমান আন যি অচৰ (স্বৰৰ) উচ্চাৰণ হয় তাৰৰ যথাক্রমে হ্র, দীর্থ আৰু পুত সংজ্ঞা হয়। অর্থাৎ প্রথমে ‘উ’ৰ সমান বাের্সোতে হ্রস, দ্বিতীত উ’ৰ তুল্য বােলোতে দীর্ঘ আৰু তৃতীয়ত উৰ দৰে বােলোতে প্লুত বুজিব লাগে। ১। “উকালােহ ও দীর্ঘ গুত।” পাণিনি, ১২ ২৭। | “উন্ড, উ, ঊv , বাং, কাল ই কালাে য সােহ, যা দীর্ঘ দু- তসংগৎ। সি, কোমূদী। উ উ উ এই তিনি আখক ‘ব বলে অর্থাৎ উৰ বহুবচন 'ক'।