বেটুপাত
যিকোনো
প্ৰৱেশ
ছেটিং
দান কৰক
ৱিকিউৎসৰ বিষয়ে
দায়লুপ্তি
সন্ধান কৰক
পৃষ্ঠা
:
অসমীয়া আদি পাঠ.djvu/৭
ভাষা
চকু ৰাখক
সম্পাদনা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
অসমীয়া আদি পাঠ
ৰেফ ।
ৰ = ′
ৰ্ ক ৰ্ক ;
ৰ্ খ ৰ্খ ;
ৰ্ গ ৰ্গ ।
তৰ্ক
মূৰ্খ
দুৰ্গা
অৰ্ঘা
নিৰ্জু
পূৰ্ণ
অৰ্থ
আৰ্হি
পাৰ্গত
কিৰ্পিণ
পৰ্ঘুমা
নিৰ্ধনী
দুৰ্ণাম
দুৰ্যশ
বিমৰ্ষ
গৰ্হিত
কেৰ্কেটুৱা
আধানাৰ্জি
অপাৰ্থক
দুৰ্ভগীয়া
দুৰ্ঘটনা
পৰামৰ্শ
আবিৰ্ভাৱ
আকৰ্ষণ
⸻