এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অসমীয়া আদি পাঠ ।
আবেলি সকলাে মানুহ দিহাদিহি প্রস্থান কৰিলে। আমিও ঘৰলৈ উলটি আহিলোঁ। আমি ঘৰ পাওঁতে বেলি অস্ত গল।
⸻
( তিনি আৰু চাৰি আখৰীয়া )
জ্ | জ | ৱ | জ্জ্ৱ | উজ্জ্ৱল । |
ত্ | ত | ৱ | ত্ত্ৱ | মহত্ত্ৱ । |
ত্ | ম | য | ত্ম্য | মাহাত্ম্য । |
ন্ | ত | য | ন্ত্য | দন্ত্য । |
ন্ | ত | ৰ | ন্ত্ৰ | যন্ত্ৰ, মন্ত্ৰ । |
ন্ | ত | ৱ | ন্ত্ৱ | সান্ত্ৱনা । |
ন্ | দ | ৰ | ন্দ্ৰ | চন্দ্ৰ, ইন্দ্ৰিয় । |
ন্ | ধ | য | ন্ধ্য | সন্ধ্যা, বন্ধ্যা । |
ন্ | ধ | ৰ | ন্ধ্ৰ | ৰন্ধ্ৰ । |
ন্ | ন | য | ন্ন্য | সন্ন্যাসী । |