এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অসমীয়া আদি পাঠ ।
আধৰুৱাকৈ নেৰিবা। যিটো কাম আজি কৰিব পাৰা, তাক কালিলৈ নথবা।
⸻
ল্ | ক | ল্ক | পাল্কী, উল্কা । |
ল্ | প | ল্প | গল্প, সংকল্প । |
ল্ | ল | ল্ল | আল্লা, চল্লিশ । |
শ্ | চ | শ্চ | পশ্চিম, নিশ্চয় । |
ষ্ | ক | ষ্ক | পৰিষ্কাৰ । |
ষ্ | ট | ষ্ট | কষ্ট, দুষ্ট, তুষ্ট । |
ষ্ | ঠ | ষ্ঠ | ষষ্ঠ, নিষ্ঠুৰ । |
ষ্ | ণ | ষ্ণ | কৃষ্ণ, তৃষ্ণা । |
ষ্ | প | ষ্প | পুষ্প, বাষ্প । |
ষ্ | ফ | ষ্ফ | নিষ্ফল । |
স্ | ক | স্ক | পুৰস্কাৰ । |
স্ | খ | স্খ | স্খলন । |
স্ | ত | স্ত | অস্ত, সস্তা, শাস্তি । |