এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অসমীয়া আদি পাঠ ।
উদ্গৰণি লগাই খালে অজীর্ণ হয়। সজ কথা কোৱা উত্তম; কিন্তু সজ কাম কৰা তাতােকৈ উত্তম।
⸻
প্ | ত | প্ত | সমাপ্ত, দীপ্তি, তৃপ্তি । |
ব্ | জ | ব্জ | কব্জা, অব্জ । |
ব্ | দ | ব্দ | শব্দ । |
ব্ | ধ | ব্ধ | লুব্ধ । |
ম্ | প | ম্প | চম্পা, সম্পদ । |
ম্ | ফ | ম্ফ | সাম্ফল । |
ম্ | ব | ম্ব | কম্বল, কুটুম্ব, অম্বুবাচী । |
ম্ | ভ | ম্ভ | আৰম্ভ, সম্ভেদ, কুম্ভীৰ । |
১২ পাঠ ।
কোনাে এটা কাম আৰম্ভ কৰিলে, তাক সমাপ্ত নকৰাকৈ এৰিব নেপায়। এতেকে কোনাে কামত লিপ্ত হলে তাক