এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অসমীয়া আদি পাঠ ।
চ্ | চ | চ্চ | উচ্চ, উচ্চাৰণ । |
চ্ | ছ | চ্ছ | ইচ্ছা, তুচ্ছ, বিচ্ছেদ । |
চ্ | ঞ | চ্ঞ | যাচ্ঞা । |
জ্ | জ | জ্জ | লজ্জা, সজ্জিত । |
জ্ | ঞ | জ্ঞ | যজ্ঞ, জ্ঞান । |
ঞ্ | চ | ঞ্চ | চঞ্চল, সঞ্চয় । |
ঞ্ | ছ | ঞ্ছ | বাঞ্ছা, লাঞ্ছনা । |
ঞ্ | জ | ঞ্জ | আঞ্জা, সঞ্জাত । |
⸻
৯ পাঠ ।
যজ্ঞৰাম, তােমাৰ উচ্চাৰণ ইমান বেয়া কিয়? সঞ্জয় তােমাতকৈ বয়সত সৰু; অথচ সি ভালকৈ উচ্চাৰণ কৰিব পাৰে। তােমাৰ মনত লজ্জা বােধ নহয় নে? তােমাৰ পিতৃ-মাতৃৰ প্ৰধান ইচ্ছা যে তুমি লিখা-পঢ়া শিকি জ্ঞানী হােৱা। তােমাৰ পঢ়ালৈ আওহেলাৰ কথা শুনিলে তেওঁলােকে মনত বৰ বেজাৰ