পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৭ ) প্ৰশ্নোত্তৰ প্ৰশ্নকাথলিক বোৰে কিয় আৰু কাঢ়ি প্ৰাৰ্থনা কৰে ১ উত্তৰ--তোমাতকৈ ডাঙ্গৰ মানুহৰ আগত তুমি নবহা; আই কাটা। ই কেৱল সজ নিয়ম হে। এই সজ নিয়ম ঈশ্বৰৰ ওচৰতে যোগ্য, আমি তেওঁৰ আগত দাসৰ আকৃতি লোনা উচিত; কিয়নো ঈশ্বৰ সকলো মানুহত- কৈ ডাঙ্গৰ আ} কটা ভক্তিৰ সকলোতকৈ ডাঙ্গৰ চিন। | কিন্তু প্ৰাৰ্থনাই ঈশ্বৰৰ আগত উপস্থিত গেৱাতকৈ বেচি বুজায়, কিয়নো আমি সদায় ঈশ্বৰৰ ওচৰত; অকল প্ৰাৰ্থনা কৰা সময়ত হে এনে হয়। প্ৰাৰ্থনাৰ মানে ঈশ্বৰক আৰাধনা কৰা; অৰ্থাৎ তেবেই সকলো আৰু আমি অতি নিকৃষ্ট ইয়াক প্ৰকাশ কৰ। আমাৰ নিকৃষ্টতাক ধলিত আঃ কঢ়াৰ বাহিৰে অন্য কোনো উপায়েৰে ভালকৈ প্ৰকাশ কৰিব নোৱাৰি কয়নো আমি ধূলিহে। প্ৰাৰ্থনাৰে ঈশ্বৰক তেওঁ দেখুউৱা পাৰ কাৰণে ধন্যবাদ দিয়া হয়; আৰু কৃপা খোজা হয়। আ? কটাই ভিক্ষুকে দাতাৰ বদান্যতাত যে একেবাৰে নিৰ্ভৰ কৰে আৰু যে দাতাৰ ওচৰত সি বশ্যতাক স্বীকাৰ কৰে। প্ৰাৰ্থনা কৰা মানে আমি ঈশ্বৰৰ ওচৰত আমাৰ পাপ প্ৰকাশ, আৰু তাৰ বাবে অনুতাপ কৰোঁ; আৰু ক্ষমা মাগো। আই কঢ়াৰ বাহিৰে আন কোনো কামে যি জন অনন্ত নৰকৰ বোগ্য তেওঁৰ মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰে; আন কোনো উপায় নাই যাৰ দ্বাৰা তেওঁ মুক্তি পাব পাৰে; যিনৰ পৰা দুষ্প্ৰাপ্য দা লাভ কৰিব ঋৰে, যি জনক তেওঁ উদও আৰু অসুচিত ভাবে মনত অসন্তোষ দিছে। .