জিয়ে । তেওঁৰ নিমিত্তে খুব প্রার্থনা কৰে। দিনে দিনে মার্গাৰেটে যীচু আৰু কুমাৰী মাৰীলৈ নিজৰ পুতেকক উচৰ্গা কৰে। যোহনৰ অন্তৰত সকলাে উপায়েৰে ঈশ্বৰ, যীচু আৰু কুমাৰী মাৰীয়াৰ প্ৰতি ভক্তি স্থাপন কৰিবলৈ যত্ন কৰে । পাপক ঘিণ, আৰু স্বৰ্গৰ চিন্তা কৰিবলৈ শিক্ষা দিয়ে। যােহন অলপ অহঙ্কাৰী আছিল যদিও মাকৰ মাত শুনিলে নিজৰ বেয়া আচৰন হাত কৰে। ন বছৰ বয়সতে তেওঁ ইমান গুণীল হৈ উঠিল যে দুষ্ট লৰাবিলাকে তেওঁক দেখা মাত্রকে ব্যে কাম আৰু বেয়া কথা নকৈছিল। এটা আচৰিত উদাহৰণ কওঁ শুনা। ইযাৰ দ্বাৰা (যাহনৰ গুণ ভালকৈ বুজোৱা যায়। । এদিন ঘৰলৈ আহােতে তেওঁৰ মুখৰ পৰা বৰ তেজ ওলাইছিল । মাকে দেখি বুজিলে আৰু খং উঠি কলে, “ সেই দুষ্ট, দুঞ্জন লৰবিলাকৰ লগত গৈছিলি কি ” 7 64 যােবন - “মই থাকিলে সিহতে বেযা কথা বা বেয়া কাম কেতিয়াও নকৰে। এই কাৰণে তেওঁলােকৰে সৈতে খোলবলৈ গৈছিলাে।” মাক এৰা। কিন্তু সিহঁতে তােৰ মুৰ ঘনে ঘনে আঘাত কৰি ভাঙ্গে। 66 মােহন--“ জানি শুনি নকৰে , তেওঁলােকেও দুখ পায়।" মাক --" বাৰু তথাপি আৰু সিহঁতৰ লগত নায়াবি।” যােহন-“ আই।.. মাক – মােৰ কথাই কথা।” যােহন (কান্দি)- এয়েই আপােনাৰ আদেশ হলে মানিব লাগিব। কিন্তু মই তেওলােকৰ লগত থাকিলে মৰা মৰি নকৰে, মােৰ ইচ্ছা মতেহে ..........." - মাকে ভাল কামত কল গ্রহ হব বুলি ভয় কৰি কয়, - “এবা!'।” মাহ সৰুল, এই কথা আপনালােকলৈ ভাল আদর্শ । আপনা- লােকৰ পুৰ বােৰ বােৰ নিচিনা হয়।
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই