পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৮)

অনন্ত জীৱনৰ বাট।

প্রথম ভাগ - ৰেল গাৰী স্বর্গ লৈ যায়।
গাৰী প্ৰস্থান কৰা—প্রতি মিনিট সৰু জগতৰ সকলো ষ্টেশনৰ ।
প্রথম শ্রেণী—দৰিদ্ৰতা, পবিত্রতা আৰু বাধ্যতা।
টিকেটৰ মূল্য- প্ৰেম আৰু দুখভােগ।
দ্বিতীয় শ্রেণী—ভক্তিমন্ত আৰু পৰােপকাৰ।
টিকেটৰ মূল্য - মন আৰু মন দমন কৰা৷
মূল্য- -মন আৰু মন দমন কৰা।
তৃতীয় শ্রেণী- অনুতাপ।
টিকেটৰ মূল্য - ঈশ্বৰৰ প্রতি ভয় আৰু শাৰীৰিক অবশতা ।

নিয়মবোৰ।

১ম --ৰিটান টিকেট পােৱা নে যায় ।

২য় —চাক্ৰামে সকলােৱে বিনা মূল্যে পায়।

৩য় —সকলে যাত্রীবিলাকৰ উচিত যে সিবিলাকে ঈশ্বৰৰ আজ্ঞা পালন কৰে।

৪র্থ—কোনো মাল বস্তু লব নােৱাৰে কেবল ভাল কাম লগত লৈ যাব পাৰে।

৫ম -বাটত কেবল এখন হে ৰােৱা ঠাই আছে য'ত যাত্রীবিলাকৰ শুচ্যগ্নিত শুদ্ধ হবলৈ দৰকাৰ হয়।

নিমুনীয়া ৰােগ।

 এই বেমাৰৰ উৎপত্তি গৰমৰ পৰা ঠাণ্ডা লাগিলে হয়। এই বেমাৰত বুকে পিঠিয়ে বিখ আৰু মুখ হালধীয়া বৰণ হৈ পৰে। উশাহ ছুটী ও ঘনায় ২ হয় কাহাে মাজে সময় হয়। পােন প্রধমতে বেমাৰীৰ বুকু ও পিঠি কাপােৰেৰে ভালকৈ ঢাকা অতি দৰকাৰ। তাৰপাছে গােটেয় গা কফুৰ তেল দি ঘহি আৰু বটলত গৰম পানি ভৰায় সেক দিব লাগে। সেই সময়ত বেমাৰীক গাখীৰ, কণি আৰু চা দিব লাগে।