( ৬ ) মানুহটো খা আয়েই খিয়হৈ খঙ্গাল চকু তাৰ ওপৰত ৰাখি কলে- এতিয়া তই মোক চিনি পাইচনে? ময়ে সেই দুখীয়া বাটৰুৱা, যি যোক ৰাতি ততৰ ঘৰলৈ যাওঁতে তই সিমান কৈ গালি পাৰিছিলি।—এই কথা কাঠ কটীয়া মানুহটোৱে ইমান ভয় পালে যে, সি মাটিত পৰিল আৰু মৰিল। = মৰমৰ পাঠক! স্বৰ্গৰ ৰজা যীচু খ্ৰীষ্ট অনেক সময়ত তোমাৰ হৃদয়- দুৱাৰত খুন্দিয়াবলৈ আছে। তেওঁৱেই প্ৰধান আলহী; তেওঁক তোমাৰ খৰলৈ আহিবলৈ লাগে। তুমি তেওঁক গ্ৰহণ কৰানে? নাইবা তুমি তেওঁক গালি পাৰি তেওঁৰ সন্মুখত দুৱাৰ বন্ধ কৰা: মনত ৰাখিবা – আমাৰ মৃত্যুৰ পাচত, এদিন আমি তেওঁৰ দ্বাৰা বিচাৰ কৰিবলৈ, তেওঁৰ আগলৈ যাম। তেতিয়া তেওঁ আমাক কব-মই কতবাৰ তোমাৰ দুৱাৰত খুন্দিয়াই- ছিলো। কিন্তু তুমি ইয়াক খোলা নাছিল। মই এড়োখৰ সৰু ৰুটি, পানী আৰু জীবনি লবলৈ এডোখৰ ঠাই খুজিছিলো। তুমি মোক খেদি দিছিল। আমি তেতিয়া কি উত্তৰ দিম? সজ মেৰ ৰখীয়া। ঢাকনিৰ ওপৰত দিয়া ছবি খনে কি বুজায়? তুমি মেৰ ছাগলি বিলাকৰ মাজত এজন মেৰ ৰখীয়া দেখিবলৈ পাইছা। তেওঁ সিহতক অতি মৰমেৰে চায়। মেৰ ছাগলি বিলাকেও তেওঁক খুব ভাল পায় আৰু অনুসৰন কৰে; কিয়নো সিহঁতে জানে যে তেওঁ সিহতক ভাল ঘাঁহনিলৈ লৈ যায়। সেই সজ মেৰ ৰখীয়াই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট। যি বিলাকে তেওঁৰ কথা শুনি তেওঁক অনুসৰণ কৰে, সিহতেই মেৰ। এতিয়াও তেওঁক অনুসৰণ নকৰা বহুত আছে। .পি তেওঁৰ পৰা বহুত আঁৰত আৰু সিহত এতিয়াও ৰাং বিপদত পৰিছে আৰ. জামি সকলোৱে নাই কোন কাজ
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই