1 তুমি তেওঁৰু সম্মান দেখুৱাবলৈ খুব চেষ্টা না। তুমি থৰ পৰিস্কাৰ কৰা, ময়লা বিলাক আঁতৰাই নিয়া; তুমি ইয়াক ফুল আৰু মুল্যবান ফাপোৰেৰে সজোৱা। কিন্তু যীচু ৰজা বিলাকৰ ৰজা। তেওঁ ঈশ্বৰৰ পুৰ; তেৱেই আমাৰ মুক্তি দাতা; তেনেহলে আমি আমাৰ আত্মাক তেওঁৰ দৰ্শনৰ কাৰণে সাজু কৰিবলৈ খুব চেষ্টা কৰা উচিত। আমি আমাৰ অনুতাপ আৰু পাপ স্বীকাৰ কৰাৰ দ্বাৰাই ইয়াক শুদ্ধ কৰা উচিত। আমি ইয়াক ভক্তি, বিশ্বাস আৰু কৃতজ্ঞতাৰে সজোৱা উচিত। আমি ধিক, যদি আমি এটা মহত আত্মমাৰু পাপৰে এই চাক্ৰমেন্ট আমাৰ আত্মালৈ আনন। তুমি সেই মানুহটোৰ যীচুৰ দৃষ্টান্ত শুনিছা, যি লেটে কাপোৰেৰে সৈতে ৰজাৰ ভোজলৈ গৈছিল; ৰজাই তেওঁৰ ঘৰত লাজ দিয়াৰ কাৰণে তাক খুব শান্তি দিবলৈ তেওঁৰ সৈন্ত বিলাকক হুকুম দিলে। সেই কাৰণে ঈশ্বৰেও আমাক তেনেকুৱা কৰিব, যদি আমি পবিত্ৰ কমোনিয় অপৰিস্কাৰ আৰু পাপপূৰ্ণ হয়েৰে গ্ৰহন কৰিবলৈ
যাওঁ। দ্বিতিয়তে আমি এই পবিত্ৰ চাক্ৰমেন্ট গ্ৰহণ কৰিবলৈ যাবলৈ প্ৰায়েই যতদুৰ সম্ভব ইচ্ছুক হোৱা উচিত। ই আমাৰ আত্মা সম্বন্ধীয় আহাৰ। ইয়াৰ আহাৰ নোহোৱাকৈ আমাৰ শৰীৰ দুৰ্বল হয়, আৰু মৰে। সেই দৰে আমাৰ আত্মায়ো এই স্বৰ্গীয় আহাৰ নোহোৱাকৈ শাস্তি ভোগে। তেন্তে আমাৰ অন্তঃকৰণৰে সৈতে আমাৰ মহিমান্নিত প্ৰভুক ধন্যবাদ জিও আহা; যি তেওঁৰ শৰীৰ আৰু তেজ আমাৰ আহাৰৰ নিমিত্তে দিছিল,
তেৱেই আমাৰ হৃদয়ৰ ৰজা। তেনেহলে আমাৰ হৃদয় দুৱাৰ তেওঁলৈ মুকলি কৰোঁ আহা; আৰু কওঁ :- প্ৰভু আহা! তুমি আমাৰ ৰজা হোৱা, মোৰ বন্ধু! মোৰ ত্ৰাণ মন্ত্ৰা”।