পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬১)


তোমোলাকে ফানুচ উরুৱা দেখি ব পোৱা, ফানুচত যি বতাহ থাকে সি জুইৰ দ্বাৰা আন বায়ুতকৈ পা তলহৈ ফানুচ্‌ ওপৰলৈ উঠে্‌। বালু নু তেনেই প্ৰায়; কিন্তু তাক যি বায়ুৰে ভৰায় সি হে ভিন। বালুন পাট সুতাৰে জাল হেনকৈ বই ঘুৰনিয়াকৈ মোন হেন কৰে আরু সামান্য বায়ুতকৈ পাতল বায়ুৰে ভৰাই তাৰ তলত এখ ন নাও বান্ধি মাটিত বৰ ফই লগাই বান্ধি থয়, পিচে কই কাটি দিলে একে বেলিয়ে আকাশলৈ ঊঠে। এক সময়ত ব্লাঞ্চাৰ্ড আরু জেফৰি নামে দুই সাহাবে সাগৰ পাৰহৈ দোবৰ নগৰৰ পৰা কালিচ নগৰলৈ গৈচিল। এটা মানুহ বালুনে সৈতে পেটিৰে বান্ধি বালুনৰ পৰা ওলমি শুন্যতে থাকি পাখিৰ নিচিনা কোনো বস্তু লৈ বতাহ বাই বালুনক যি পিনে নিবৰ ইচ্ছা হয় সেই পিনে নিব পাৰিবলৈ পুরুষাৰ্থ কৰা হৈছে, কিন্তু আজিলৈকে সিদ্ধি হোৱা নাই।

 ইংগ্লণ্ড দেশত বায়ুৰ জাহাজ নামে এক বস্তু চলা বৰ মনস্থ কৰিচিল। তাক এনেকৈ সাজিচিল; দিঘলে এশ তিনি কুৰি চৰণত ঘাটি ন হব, ৫০ চৰণ ওখ আৰু ৪০ চৰণ বহল। ইয়াৰে শুন্যতে ইউৰোপৰ ৰাজধানী বোৰলৈ অহা জোৱাৰ উপায় কৰিবৰ ইচ্ছা কৰিছিল। তাত