পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ও ওপৰ উপবি, , ইটোৰ ওপৰত সিটো, হেচ। হেচি, one above the other, in close succession, pressed together, packed, jammed. ওফন্দি, ৫, উখহি, ফলি, অহঙ্কাৰ কৰি, to swell, to inflate, to be pufed up. ওফৰা, ৪. উফৰি জোআ, চিটিকি পৰাthe act of springing or bound . ing off to a distance. separating and falling of. ওফৰাপিঙ্গলাs. এবিধ পহু, ৰোগ বিসেস, a cutaneous disease. ওভটগোৰে নচাs. ওপৰলৈ ঠেং তুলি নচা, ডেও পৰা, উত্ৰাৱল, দুষ্টালি কৰাshamelessness , indecent behaviour. ওভতসোভতs. ওলটাউলটি, ওভোতাই দি আকৌ অনাrepeated orders and counter orders concerning the same thing. ওভোতা, a. লুটি থোআ, তল ভাগ ওপৰ হোআ, ঘুৰি অহা বা জোআ, inverted, turned upside down, turned back. ওয়া, s. ও,°, the sacred syllable A. U. M. denoting the hindoo trinity, which is never to be repeated in the hearing of one who does not wear the sacred thread ওমলাa. খেলা, ৰঙ্গ, ধেমালি, কেলি, play, eport, frolic, fun. ওমলাই, 3. ৰঙ্গ কৰাই, খেলাই, to entertain another by play, to amuse. এ, এ. সেস, সিমা টুকুউমা, বঙ্গা৷ ফুল এবিধ, end, boundary, termina tion, a species of flower. ওৰ জোআ, s. গৰ জোআ, জড আদি এ মিদাৰ কৰা, copulation, sexual intercourse ওৰনি, s• মুখ ঢকা কাপৰ, a veil, a corering for the face. ওৰনিয়া, a. ৫নিৰ দৰে, like a veil. ওৰবাটে, ad. গোট বাটে, বাটৰ সকলোতে, the whole way or distance. ওৰ লোআ, a. কোনো কথাৰ বুজ লোআ, কাৰন বুজাascertaining the cause of any thing ওৰাধবা, s. আৰম্ভন, জোকৰাকৰিবলৈ ধৰ, an attempt, a beginning ওবেও, ad. সদাই, নিৰন্তৰ, always, continually, at all times. ওৰেদিন, ad. গোটেই দিন, দিনটো, the whole day, all day long. ওৰেৰাতি, a. গোটেই ৰাতি, the whole night, all night long, ওল, . এবিধ কচুৰ নাম, a species of yam. ওলগ, s. ভৰিত ধৰাসেৱা, faling at the feet, prostrationworship ওলগনি, s. মিৰন, আগ্যা সুনুউআ বাবে টেকেলাক দিব লগা ধন, the legal fee of a messenger sent to deliver an official order. ওলগ লোআ1, s. সেৱ। কৰা, প্ৰনাম কৰাworship, prostration, tonching the foot of a superior in token of honage or respect.