পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এপা এধানাৰ্জি, s. আধানাজি, আফাল নষ্ট, আদর্ধন হানি, the waste or loss of one half of any thing. এধাপকা, a. ভালকৈ নপকা, ডেমেহিয়া, half-ripe. এধামৰা, a. প্রাই মবা, নিধাতু কৰাhalf dead, almost exhausted. এধামুৰি s. ধনগুলৈ, তত হেৰাই জোআ, বৰ দুখত পৰা, the ignisfatuus; a. agitated, frightened, tossed about like the ignisfatuus. এধাব, ৪. আধাব, পিরাহ, ‘এডু তি, the breast, a stream. এধাৰকটিয়া, a. পিয়াহকটিয়া, ভালকৈ পিয়াহ খাবলৈ নোপোআ, stinted in growth for want of proper nourisment from the breast এধাৰি, s. অধাৰি, বিবিয়াa wisp of straw or other soft material used to set earthern vessels on এধাসাৰি, a. হাৰাসাস্তি, বৰ দুখ, overcome with fatigue, exhausted. এনগেন্দাই, J. এঙ্গাই, অনিচা বুআ, to feign disregard or aversion. এনাই, ৪. আহোমৰ বুৰি মাক, নাই তল জোআ, a grandmother, (an Ahom term, ) a measure, up to the waist in height. এনিতেনি, ad. এই ফালে সেই ফালে, অলৈতলৈ, this way and that way, thus and thus. এনুআ, ad. এনেকুআ, এই নিচিন, such, like , likewise. এনে, a. এই কটপ, এই দব, in like manner, thus এনেই, ad. সুদাই, বিনা মূল্যে, অকাৰনে, ওপৰতে, without dificulty expense or cause, grati ad. এই নকচাৰ, এই নিচিনাএই বিধৰ, of this sort kind or shape, thus, such like. এনেকৈ, ad. এই দৰে, এই স্বপে, thus, so, like, in tlhis manner. এনেতে , adl. এই সময়ত, এনে কালত, meanwhile, at this or that time. এনেতেনে, ad. ই সি, এই কপ, সেই কপ, this and that, thus and thus. এপৰ, s. তিনি ঘণ্টাৰ পৰিমান, দিন ব্য ৰাতিৰ চাৰি ভাগৰ এভাগ, tho fourth part of a day or night, three hours. এপৰিয়াa. এপৰ বেলিৰ বাট, ননি। এপাৰ, এলনিয়া, of thrce hours duration, belonging to this side. এপল, s. এক দণ্ডৰ সাঠি ভাগৰ এভাগ, a minute, the sixtieth part of an hour. এপলিয়া, a. এবাৰ পালত থকা, এবেলি পৰ দিব লগা, a time or turn in rotation, having one lot or turn. এপাদ, 3. এভৰি, এঠেঙ্গ, চাৰি ভাগৰ এভাগ, a foot, a leg, a fourth part. এপাৰ, a. নৈ আদি পানি থকা ঠাইৰ এদাতি, one side of a river & c.