পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

559 ফিন্দ ধোদ, ।a. একো বন নকৰা, বহি খোআ, এলেহুআ, unemployed, itle, ধোদ1, j slothful. ধোদাইলাঙ্গ, a. জোখতকৈ ডাঙ্গৰ, বৰ সকত, (ঘৰ বস্তু আদি,) of ex traordinary size. ধোদোঙ্গ1, a . সকত, ডাঙ্গৰ (গা বা মানুহ,) stout, large; applied to the body. ধোন্দ, ৪. গচৰ খোৰোঙ্গ, তলে দি পানি জোআ বাট, a cavity in a tree; a fissure. মাইঢোৰোকা, a. ওপৰলৈ নাই ওলোআ, having a prominent navel. নিখাব, a. ১০ খিব সংখ্যা, a hundred thousand millions. নিগৰাই, 3. এটোপা নোহোআ কৰি, to pour off liquid from a substance. নিৰামিস, , 8. হবিস্য, মাচ মঙ্গহ নেখাই মিতকৰ নামে কৰা৷ লঘোন, ab নিৰামহি, } stinence from flesh during a shoddh নিৰামুহিয়া, a. নিৰামুহি সমন্ধিয়, pertaining to the above. পংক্তি, sসেনি, সাৰি, পটি, a row, a line, a path; jfig . a pre. পঙ্গতি, scribed course of action. পতিপাল , J. আপডাল কৰি, পুহি পালি, to nourish, to provide কৰি or care for. পাকৈত, a. see পাৰ্গত , পানিমৰলি, s. see মৰলিয়৷ সাপ , পিৰি উঠ1, a. ভেঁটি উচান হোআ, সপৰিবাৰে মৰি ঢক আl, utterly remov . ed or cut off, as of the death of a whole family পূমৈথুন, ৪. পুরুসে পুরুসে কৰ৷ , sodomy. মথন পূমৈথনি, s. পহমৈথন কৰোতl, a sodomite. পুজি, ৬. া কৰি, অৰ্চনা কৰি, to offer in sacrifice, to worship প্রমাথ, s. see পৰমাৰ্থ. ফপা, a. ঔসধে গুন ধৰা, taken effect, as of medicine. ফাইপোআ, a. see চাহ পোআl. ফাকিফকাs. চল, প্রবঞ্চনা, trickery, deception, imposture. ফাৰ, s. দিঘ পথালিৰ সম জোখ, an average (in land measure,) with মাৰি, - to strike an average. ফালেঙ্গি, a. ফাকি দিয়া, চল কৰা, (মানুহ,) deceptive, trickish. ফিন্দ থোআ, a. ওফন্দি পৰাটমটনিয়া৷ হোআ, inflated, sollen; tensely