পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৰ টটাই, 0. তাকৰ কৰি, কমাই, to cause to reduce, lessen or diminist টটি, o. কমি, তাকৰ হৈ, টট পৰি, to lessen or diminish ; applied also to the drying up of a stream, টেপকৰে, ad. একে গৰাহে, বেগতে, (খোআব। গিলা) at one mouth ful, at once . টেলাই নকৰা৪. কান নকৰামন নিদিয়া, আওকান কৰ1, the not giv . ing ear, utter indifference. টোকাপৰুআl, s. এবিধ পৰুআৰ নাম, a species of ant টোপালি, ৬. আসি কৰি, to watch for anything; to hope for . ঠলামুৰিয়াই, . ঠলামুৰি মাৰি, চপৰাৰ ওপৰত কোৰ আদিৰে কোবাই, to slap on the head, to break clods of earth by pounding ঠান, s. see গহ. ঠালৌৰ, s. ডাল আদি ভগ। বা৷ ফুটাৰ সল, মটেীৰ, a sharp sudden sound, as of anything bursting or breaking. ৮.নকা, a. অলপতে ভগা (পাত্ৰ আদি,) brittle, easily broken ; applied to earthen or glass ware. ঠেনুঠেমেনুমেন, s. দোকদোকদাকদীক, জৰ উঠিবলৈ কৰা৷ গা বেয়া, in disposition of body, slight disease or illness. ঠেলেঙ্গাঠেলেঙ্গ, a. ডালডাল, গোটে গোটে থকা ব৷ পৰা, scattered about in confusion, thrown down in disorder. ডবহ1, a. ডাঠ, মঙ্গহাল, thick, stout, fleshy. ডালডলিয়া, a. সেৰেঙ্গ।, পাতল, of loose texture, not dense, applied to cloth or braiding of any kind. ডিঙ্গডিঙ্গিয়া, a. See ডিঙ্গৰিয়৷ ডেওপাৰনি, s. ধুমধুপালনি, হায়ৌবিয়ৌট, uneasiness, restlessness, ex citement চলকুচিয়াই, J. মৰিবলৈ কটপকাপ কৰি বা উসাহ টানি, to gasp for breath as when dying. চুকি, ৫. সেপ গিলি, to swallow one's spittle; with পাই, to reach. ততৰ, s. see জগৰ তবাউ, a. see টটাটিঙ্গ।. তৰপ এৰো অ1, 3. গাৰ চাল এৰাই জোআ, মোট এৰোআ, the shedding