পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ আরম, ৪. ভেম, গফ, ফিতাহি, মান্য ৰূপে থকাআপোন মান সতকাৰ ৰখা, pride, affectation of former greatness, style. আয়াস, iterj. ভাল বা বেয়াকৈ সলগ৷ মাত, হেঁপাহৰ মাত, দুখ বা সুখৰ মাত, an exclamation of pain, pleasure, or desire. আয় সকল, s. বসন্ত, গুটি ওলোআ, তিৰোতা লোকক মত৷ সম্বোধন, the small pox; a term used in addressing a company of women' আয়াs. দসিসৰু লৰাৰ আলি ধৰ দ।সি, a nurse, a waiting maid . আয়াজাত, s. গতায়ত, অহা জোআ, চিন। চিনি, মিল, familiar com . munication, friendly intercourse, আয়াস, s. প্রয়াস, পৰিশ্রম, দুখ, labor, effort, fatigue . আয়ুধ, s. জুধৰ অন্ত্র, আহিলা, armor, arms. আয়বোঁ, s. বেজালি পুথি, নিদান পুথি, a Hindoo treatise on medicine. আয়ুস, s. অয়, জিৱনৰ কাল, দুখ পোআ৷ মাত, a period of life, age, a life time; interj. An exclamation of pain or suffering. আয় স্বান, a. দি র্য জিবি, অনেক দিনিয়া মানুহ, long-lived, of long duration. আয়ৈ, intey, পুতৌ কৰা মাত, দুখ বেজাৰ ব ভই থোআ৷ মাত, an exclamation denoting affection distress or fear. আয়োজন, , গোটোআ, উদ্যোগ, থিৰ কৰাprovision, prepara• s. ভ্যগত tion arrangement, (as for a journey or any undertaking. আয়ৌinterj. ভই বা চক খে।আ মাত, বিমই মন। মাত, an exclama- tion of terror or surprise. আৰs. আবৰন, ঢাকনি, বেৰ, গপুত, a screen, a shade, with কৰি, to screen, with কাটি, to clear new land for cultivation আৰ কাপৰ, s. আৰ দিয়া কাপৰ, ঢাকনি কাপ ৰ, a cloth screen, a curtain আৰজি, s. দৰখাস্ত, নিবেদন পত্র, গোচৰ, a written petition, a request. আৰতি, s. দিপ দর্সন, সন্ধ্যা সেৱ1, the waving of a lamp before an idol, a wave offering. অাৰনি, s. পিয়াহ খোআ সৰু লৰি ৰোগ বিসেস, a disease peculiar to nursing infants. আৰনি পুৰনি, s. বহু দিনিয়া, অতি পুৰনি, ancient, very old. আৰপি, ৪. অলপকৈ লগাই থোআ, ৰাখি থোআ, to slightly put to: gether preparatory to completion. আৰবি, a. তাৰব দেসৰ লোক, আৰবি ভাষা, Arabic, Arabian. আববে, s. আবৰন, বে, ঢাকনি, a wall, fence, partition. আৰম্ভন, s. আৰভ, কৰিবলৈ ধৰা, a beginning, a commencement .