পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

S কাটি এন্দুৰিয়া, ৪. ৰোগ বিসেস, গীত হৈ জোআ৷ ঘা, a kind of scrofulous disease. এন্ধাৰ, ৪. অন্ধকাৰ, darkness,gloom; fg. ignorance, mental darkness; a. dark, obscure. এন্ধাৰমধাৰ, s. অন্ধকাৰ, darkness; a reduplicated form of expression. এন্ধাৰ্মই, ৫. অন্ধকাৰ জুক্ত, দিঙি হিন, dark, obscure. এন্ধেৎআl, ৪• গাৰ চালৰ এবিধ ৰোগ, আধা পোৰ, (খৰি, ) a disease of the skin : a. charred. এৰল, s. see আৰ ওপঙ্গ1, ৪. ওপঙ্গি থকল, the act of floating or swimrning ; floated, borne on the surface. ওপঙ্গাই, 3. see উটআই. কটলাকটল, a. দুখ লগোআ, ঠেহেৰ৷ ঠেহেৰ, ( মাত,) sharp, piercing, causing pain ; applied to tone or language . কটাহিক, । ৪, see কটাখ্য. কটাহিত, কফুল, s কেৰু আদি সজ৷ তেল বৰনিয়৷ এবিধ কাচ মাটি ; তামোলত খোআ এবিধ সুগন্ধি গচৰ সিপাa substance resembling amber of which beads and ear ornaments are made ; a fragrant shrub, the root of which is eaten with tamul. কলমৌ, ৪. পানিত বগোত্মা এবিধ বনৰিয়া সাক, a species of edible aquatic plant. কাজি, s. সিজুআ ধানেৰে কৰা জুৰনি পানি, a cooling medicinal drink madle of the water of boiled paddy fermented. কাখবিৰলা, , s. কাসত হোআ1 র্গাৰ, a disease of the arm pit কাসবিৰলা, কাচিচাs. আলমবিলম, গহৰি, dilly dallying, loitering. কাচিউৰিয়া, a. কাচি ডাৰৰ নিচিনা; কাপৰৰ আঁচলত বোআ এবিধ ফল, এবিধ বন, notched like the edge of . a sickle ; s. a kind of flower woven into the border of a cloth; a species of wild grass. কাচোৰকামোৰ, s. See কচৰকামোৰ, কাটি, . চেদ কৰি, পাজি আদিৰ সুত৷ উলিয়াই, to cut; with সুতা, t spin, to dra wy oat and twist into thread.