পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুৰা টান বস্তুত ইটে সিটে ঠেকা খোআত ভগাত বা ফটাত হুইহুটনি, ) উঠা অনেক সবল, হুটুৰহুটুৰ, ঠালৌৰ ঠালেীৰ, the sound of beating or striking hard substances together ; clan. gor, clash. হুটহুটাই, . হুটহুট সবদ কবি, to clash, to strike against with noisc. হুটুৰ, এবেলি মবাত ফটাত বা ঠেকা থোআত উঠা সবদ, the sound of sudalen striking breaking or clashing. হুপ্তি, s. ধন সলোআ প5, a bill of exchange, a draft. হুতাইতাই, s. see হুককচ. হুতাসন, ৪. জুই, অগ্নি, fire. হুতাসিন, a. কুলখ্যনিয়া, গঞ্জ মুৰ৷ , দুৰ্কপলিরা, unlucky, unfor tunate, evil-omenet. হুনু, . বৰ ফেচ৷ এবিধ, a screcch-owl. ছন, s. দইন, হানি, failure, diminution, loss. হুনু, ad.। হেনো, (corruption of জনে, I hear,) used adverbially equiv alent to the phrase “as report goes " or "they say.' ভমঠালি, এ. মইমতালি, মতগর্ব, obstinacy, self -will. ভমছম গিগিৰ, । ড. মেঘৰ বব গানি, a roaring or thundering noise. ভ মূহুমনি, হুমাজাপে, ad. একে লগে, অনেকে লগ হৈ, together, in concert. হুমিওআ, s. প্রতিকান কৰিবলৈ প্রকাসকৈ ডাবি দিয়াকৰিবলৈ প্রতিমা বিসেস, the threatening of revengo. হুমিয়াই, ড. প্ৰতিকাৰ কৰিবলৈ প্রকাসকৈ ডাবি লি, to threaten retalia . tion or revenge হুমুনিয়াহ, s. দখ ৰ নিস্বাস, ভ’, a sigh, a long breath . হুৰ, interj. চৰাই খেন। মাত, a vocable used in frightening ত হ, a way birds ; slhoo! হৰলগা, a. জুম ভগা, ভাগি জোআ, scattered, dispersed, fleeing Danic stricken. হুৰ1, ৫. বৰখন নাইকিয়া, খৰাঙ্গ, খ, (বতৰ,) dry, arid, without rain. হুৰাই, ৬. চৰাই আদিৰ জাক ভাঙ্গি, to frighten away birds, হুৰাওৰাও, ৪. বৰকৈ কন্দ, ৰাওজুৰি কন্দাa loud cry, lamentation. হুৰাওৰাৱে, ad, বৰ এৰাৱেৰে, (কন্দ1) loudlly, rchemently, (applied to crying• হুৰামৰাs. কিলাকিলি, দন্দ হাই, কন্দল, an affray, uproar, confusion , tumult.