পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিলৈগ ট, ৪ বৰ টান গটি, হিলৈ মৰ। সিহৰ সৰু সৰু গটি, a bullet. হিলৈদাৰি, ৪. চিপাহি, অচম ৰ জাৰ হিলৈ মাৰোতা এখোল মানুহ, a soldier armed with a gun. হিলৈ মৰা, ৪. হিলৈৰে গলি মৰা৷ আৰু সঞ্চ কৰ', the discharge of a gIn. হু, interj. উলাই ব৷ ইতিকিঙ্গ কৰ। মতি, an interjection expressive of contempt or derision. হু আদুআ, ৪. তোলপাৰ, কন্দাকটা, confusion, hubbub, loud wailing or lamentation. হুই, s. হাই, হৈ, a noise ; 2. to be ছাঁ, ৪. মনৰ অতিসই খোদ বুজ আ৷ মাত, হু মুনিয়াহ, a sigh, a stified groan or expression of sorrow হুৰ্গকৰি, B. গুজৰি, বলদ গৰু আদিএ চিয়ৰি, to growl, to bellow . হুচৰিগোআ, ৪. চতৰ বিহুত ঢোল আদি লৈ ঘৰে ঘৰে আসিবাদ কৈ নাম গোআ, the going in procession from house to house with singing and musical instruments during the three days of Sat Bihu. , a. নোকোমলা, টান, কেঁচাসাল, আবু জন, not soft, hard, obsti ; nate. self. willed . হুটুঙ্গাa.) মাজ ওখ, highest in the middle. হুটঙ্গাহৃস্টঙ্গি, au. ওখ চাপৰ, অনেক খলারমা থকা, undulating. টুপি, ৮ . চহি ভিতৰলৈ উসাহ টানি নি, to suck, to draw into the mouth, to inhale. হুহকি, ৫. পাচুআই, পিচলৈ গৈ, to move backward, to retrograde, to retreat হুকচকচ, ৪. বিতত, উথপথপ, খৰখেদ৷l, bustle, hurry, haste. হুকহুক কৰে, ad. বৰকৈ, অতিসই ৰুপে, (কন্দা) loudly, bitterly, ex. cessively, ( applied only to crying. ) হুকি, s. ভেকাহি, হঠাত খঙ্গেৰে মৰ। গেজেৰা, angry retort, cross and cutting words. হুকিউআ13. ভেকাহি মৰা, গেজেৰা মৰাthe speaking crossly or snappishly. হুকিয়াই, . ভেকেহিয়াই, খঙ্গেৰে গেজেৰ। মাৰি, to spealk crossly &c. হুকম, ৪. অগ্য, আদেস, বিধান, a verbal order or command. হুকুমা, s. মাচ ধৰ৷ জতন, এবিধ ডিঙ্গৰt, a contrivance for catching fish. হুচ, s. বনৰ ভিৰ, অনেক কামৰ জাঁজাল, a pressure of work, urgency of business. হুজ, s. মানহৰ জুম, দল, a multitude, a crowd or throng of people.