পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6f6 হাট iাহ, s.া বড চট্ৰাহ আদি হসa goose, a gander, a duck, a drake. হঁহনি, s. ste হাহি. হাহিঁয়, interj. see হেহে হাহা কাক, ৪. দখা, হাকাল বিকাল, খোআ লোআৰ কষ্ট, poverty, des titution , want হাহাকাৰ, s. বিমাদৰ ধনি, দখ জাতনাত কৰ ! কোহাল, lamentation , waiting, a cry of distress . হাহি, o. হাসি, হাস্য কৰি, আনন্দ কৰি, নিন্দি, খিখিয়াই, to laugh, to smile, to rejoice, to ridicule s. laughter. হাহিনি, s. মাইকি হাহ, হংসিনি, the feminine of হাহ , hich see. হাহিয়াত, ৪, লাজ, কুখ্যাতি, shame, ill fame, a bad reputation হাক, s. বাধা, নিসেধ, নিবানprohibition, a forbidding, remonstrance. হাকলবাকল, s. see হাকাল বিকাল: হাকোটপিকোট, ৪. আজোৰ পিজোৰ, a scrambling or struggling to obtain. হাগনি, s. ঘনে সৌচ কৰি থকা, a looseness of the bowels, diarrhaea. হাগি, o. মল তিয়াগ কৰি, দৌচ কবি, ভবি হাত ধুই, to evacuate the bowels. হাঙ্গ দাস, s. ৰাখঢাখা, নিলগৰ পৰা কৰাপাল, an overlooking, superintending, oversight. হাঙ্গি, ৪. বাগি, ভাগ ধৰ', হিয়াহ, rivalry, emulation, strife. হাঙ্গিয়াহাঙ্গি, ৪. বগিয়াবগি, অনিয়াঅনি, পৰসপৰে ভাগ ধৰ, mutual contention, strife, rivalry. হাজৰিকা। ৪. হেজাৰ ৰিৰ ওপৰত বিসয়া, an overseer or officer হাডবিকিয়াover a thousand হাজীবি ঘোনা, s. নাম ঘোস1, মহ। পুৰুসিয়া এক পুথিৰ নাম, a Maha Puruhia hastro; so called from its containing the thousand names of Vishnoo. হাজো, s. কামৰূপৰ এখন দেৱালইৰ নাম, Hazoo ; a hindoo shrine near Gowhatty. হাট, ৪. নিয়মিত সময়ে কিনা বেচা কৰ৷ ঠাই, a stated local market, a fair ; with কৰি, to buy or sell in a market. হাটখোআ, s. হাটৰ দান তোলা গৰাকি, an officer in a market who collects Government duties. হাটবাট, 8. হতালিবতালি, দিয়৷ লোআৰ । আায়াজাত, intercourse, mutual exchange.