পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হারু হা-হঁ, interj. বাধা বুজু আ৷ মাত, take care! beware! an exclamation of warming or prohibition হাইফাই, s. ওপৰলৈ উসাহ টন। ৰোগ বিসেম, উদফাই, asthma, any chronic difficulty of breathing পাওনি, s. বাঘৰ চিয়ৰ, the cry of a tiger. হাঁওফাঁও, s. বুকুৰ গুৰিৰ দুটা ৰঙ্গা মঙ্গহ বিসেস, উসাহ ঘৰ, . the lungs হাওবি মাৰি, ) ৪. ডেডাউৰি মাৰি, বাঘ আদিৰ গেগেৰি বিসেস, to cry Rাওৰি য়াই, ns a tiger, to utter a loud out cry. হাকালবিকাল, s. খাবলৈ পিন্ধিবলৈ নাটনি পৰাৰ দুখ, কষ্ট, the sufier- ing and anxiety attending want হাকুটি, । আঁকুহি, আগত কেৰোপিয়াকৈ বস্থাভাৰ, a looked instru, ment for plucking or pulling down fruit & c) হাকোটা, s. বস্ত্ৰ অৰ1 6 টি আঁকুহি, a look for suspending articles. হাকোৰ্বাকো, s. অতিসই হেপাহ, কচৰকামোৰ, a craving desire. হাচটি, s. অচম ৰক্সাৰ বৰ তামুলিএ তামোল লৈ ফুকআ1 জতন, তামোল বন্ধ। সৰু গামোচl, a small cloth used for holding Tamul Pan হাঁচি, ৬. অকস্মাত নাকৰ মাজে সৰদকৈ ওলোআ, ; with বায় a aneeze মাৰি, to eneeze . হাতি, s. হস্তি, গঙ্গ, an elephant. হাতিকেৰেলা, s. বনৰিয়া এবিধ সাপৰ কেৰেলাa widl vegetable. হাতিখুতৰা, 3. । এবিধ কাইটিয়। বন সাক, a species of thorny vegetable. হাতিদীত, s. হস্তি দন্ত, হাতিৰ দাত, an elephant's tusk, ivory. হাতিন।, s. কমাৰ সালৰ জুই তোআ৷ জঙ, a native blacksmith's bellows, হাতিপটি, 2. হাতি জোআ বাট, ঘন তাৰ সাৰি বিসেস, আকাসৰ চিন। এটা, a wila elephant patl in the jungle a line of stars, a constellation হাতিভেকুৰি, s. বব বিধ ভেকুৰি গচ, a species of thorny shrub. হাৰি, s. লো বা কাঠ আদিৰ মৰিউআ জতন, a hanner. হাতোআহ, , সক চাচ, হাত চচ বিসেস, a small adz. হাতোৰ।, s. বাঘ কাচ আদি আৰ আগ ঠেল, the fore paw of quadrupcds হাপোৰখাপোৰ কৰে, ad. see হপহপৰ কৰে. হাফলু, . পথাৰৰ ওপ ভেটি, উইচিলা, a knoll, a hillock, an ant hill. হাফি, ad. সাহকৈ, সন্ধ। নোহোআকৈ, fearlessly, confidently, boldly হাফোলাs. সাতোৰ মেলা, লৰাই কোলালৈ হাত মেলি জোআ, গীৰে জোঅ। বেগ, a throwing the body forward with arms extended হাৰু অ। কুপৌ, s. ভঙ্গৰ বিধ কুপৌ চৰাই, a species of large dove.