পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেব। সেতুবন্ধ', s. আলি বঙ্কা, সমু দুৰ মাজে দি গ্ৰীৰামে বন্ধা সেতু বা আলি, the riage of rocks extending from the southern extremity of the Coromandel coast towards the island of Ceylon, said to have been formed by Honubhan at the command of Ram as a bridge for his forces to go against Raban. সেন, ৪. এবিধ চৰাট, a kite, a bird of prey of the hawk kind. সেনচোঅ1, s. ® ৰজাৰ আগত সেন মেলি ৰঙ্গ দেখুউআ৷ এখোল মানুহ, a class of people employed to train kites for the king. সেনা, ৪. সৈন্য, চিপাহি, বনুআ, সুধাৰু an army, a soldier, a varior . সেনাপতি, s. সৈন্যৰ অধিকাৰ, a nilitary commander, a general সেনি, s. লতা বা থোকৰ সৰু ডাল, the stem of fruit or grain. সেন্দুৰ, সিন্দুৰ, তিৰোতাই ফোট লোআ ৰঙ্গাগুৰি এবিধ, ver million. সেন্দুৰি, a. ৰঙ্গ1; সেন্দুৰৰ নিচিনা, red, like vermillion. সেন্দৰিপমা, s. অতি ৰঙ্গাএবিধ পমা৷ গচ, a species of Poma or Toon tree. (Cedrela Toona. সেন্দুৰিয়া, a. সেন্দুৰৰ দৰে ৰঙ্গ1, deep red. সেন্দুৰিয়াবৰল, ৪. এবিধ ববল, a kind of wasp. সেপ, ৪. থই, থ, মুখৰ ওলোআ পানি, saliva, spittle. সেপঢোকা, a. গ্রুই গিলা, কির্পিন, লুভিয়া, swallowing the spitle, used by way of abuse to mean, grasping, niggardly &c. সেমেকা, a. অলপ জে কল, গাপ ধৰা, damp, moist. সেমেকাই, ৮. অলপকৈ জেকাই, গাঁপ ধৰাই, to dampen, to moisten. সেমেকো, ৪. অলপকৈ জেকোআ1, গপোআ, the act of danpening &c. সেমেকি, o. জোকি, গাপ লাগি, to be damp or moist. সেমেনাসেমেনি, s. লাজত পৰি মখ ইফাল সিফাল কৰা, the turning of the face this way and that from shame or timidity. সেয়ে, pron. সেইটে।এই, that very person or thing, the emphatic of সি. সেৰ, ৪. চাৰি কুৰি টকা পৰিমানৰ জোখা, দি ঘল হৈ পৰ1, a seer, two pounds avordupois, equal in weight to 40 rupees ; with হৈ, to fall prostrate. সে ৰজোৰ1, ৪. সতঙ্গ জোৰা, সোটমোট হৈ পৰ, the falling prostrate, as in pretence of uter inability to work or bear a burden সেৰসেৰকৰে, ad. পানি জেন, সোআদ নাইকিয়া, without favor. সেসেৰিয়া, a. সেৰেক, সোস্বাদ নাইকিয়, পনিয়া, insipid, tasteless. সেৰা, s. বট। তুলাৰ পাজি, কোবত বন্ধ৷ সঁচি, a cotton roll for spin ning a ridge or protuberance as from the blop of a ratan.