পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5:! সিধা, s. ভেচনি, আলহি । আদিক খাবলৈ দিয়া সমলgeneral , a সিধাপাতি, } term for provisions supplied to ong one outside the family. সিধান্ত, s. উতৰ, সমিচাৰ, an answer, a reply, a decision or settlement of a question, a logical conclusion সিধি, ৪২ ফলে:দই, সা স্কুল হোআ, গুন হোআ1, completion, success, fulfilternt, acconmplishment ; with কৰি, to fulfil. সিধিফলাs. অ আ আদি সব ফলাa vowel, the vowels. সিন্ধি, . চোৰে ঘৰত সোমাবলৈ বেৰৰ তলে খন। বাট, a breach or hole in a wall made by buralars. সিন্ধি দি, p. চোৰে ঘৰত সোমাবল বেৰৰ ভলে গাত খানি, to make a breach in a wal as above সিন্ধি সৰকা, s. সিন্ধিএদি সৰকাচোৰক গালি পৰ। মাত, it. crawling through a breach, a thief; a burglar ,used as a term©of abuse. সিন্ধু ও সমুদ্র, হিন্দুস্থানৰ পচিম নিমাৰ এক নদি, the Indian Ocean, , . the river Indus. নিপৰিয়া, a. সিপাৰত থকা, belonging to the other side. সিপা, s. সিয়া, ব্রিখ্যাদিৰ আলুআদি কাৰন, a root, origin, cause. সিপাই, ৮. সিপা মেলি, সিয়াই, to take root, to become established . সিপাৰ, s. নৈ আদিৰ আন পাৰ, the farter or opposite side সিপিনি, s. ভালকৈ বৰ কাটিব জনা তিৰি, কাজি, কাপৰ বোআ তিৰি, a wonman skillful in weaving, spinning &c. সিপিনে, , ad- আন পোনে, আন ফালে, সিফালে, yonder, on the সিপোনে, f other side. সিপুৰি, . সিহপূৰি, পৰকাল, the next world, an afer state of existence. সিপোআ, a. সিপা মেলাসিপা ধৰ, rooted ; s. taking root. সিফাল, a.. আনি ফাল, সিলুটি, in that direction , on that side . মিবাই, ad.। মিবেলি, আন বাৰ, another tine, next time. নিবিলাক, pr0.। তেঁওবিলাক, আনবিলাক, they, others. সিবেলি, ad. আন বেলি, সিবাৰ, another time সিবোৰ, prn. সেইবোৰ, সেইবিলাক, (বস্তু ব৷ মানুহ, ) they, these. ৪. see সিমা , সিমল, s. তুলাৰ গচ এবিধ, the cotton tree ; ( Bornbax Heptaphylla.) সিমলু কলাs. সিমলু গচৰ গুটি, the cotton pod of the above. সিমলু তুলা, ৪. সিমলু গচৰ কলৰ তুলা, the cotton of the Himola tree. সিমসিম কৰে, ad. থিৰ্থিব করে, হিম পৰাৰ দৰে, lightly falling like de My or mist